• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ চৰকৰ নামত শপত পাঠ; বিতৰ্কৰ মাজতেই অপসাৰিত ডীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2022 12:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ চিকিৎসা বিজ্ঞানীৰ শিক্ষাৰ্থীসকলক এইবাৰৰ পৰা ‘হিপ’ক্ৰেটিক ওৱাথ’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰোৱাৰ বাবে কিছুদিন পূৰ্বে একাংশ হিন্দুত্ববাদী  সংগঠনে দাবী তুলিছিল। তাকলৈ দেশজুৰি বিতৰ্কৰো সূত্ৰপাত হৈছিল। কিন্তু এইবাৰ  বাস্তৱতে সেই কাণ্ড ঘটিল।

তামিলনাডুৰ এখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ঘটনা এই ঘটনাকলৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। এনে ভুলৰ বাবে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ ডীনক অপসাৰণ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। অনুষ্ঠানত উপস্থিত থকা দুগৰাকী মন্ত্ৰী এই ঘটনাত হতভম্ব হৈ পৰে।

লগতে পঢ়ক: লক্ষ্য মোদীৰ ৰাজ্য! এইবাৰ গুজৰাটত গৈ বিজেপিক প্ৰত্যাহ্বান জনালে কেজৰিৱালে

Apply Now

তামিলনাডুৰ মাদুৰাই মেডিকেল কলেজৰ এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰথম বৰ্শৰ শিক্ষাৰ্থীসকলে নিয়ম অনুযায়ী শপত পাঠ কৰিছিল। কিন্তু তেওঁলোকে শপতবাক্য পাঠ কৰিবলৈ আৰম্ভ কৰিয়েই বুজিব পাৰিলে যে কিবা এটা ভুল হৈছে। দৰাচলতে শিক্ষাৰ্থীসকলে ‘হিপ’ক্ৰেটিক শপত’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰা শুনা যায়। অৱশ্যে মাজতেই সেই শপত পাঠ বন্ধ কৰি দিয়া হয়।  

মেডিকেল কলেজখনৰ এই শপত পাঠ অনুষ্ঠানত উপস্থিত আছিল তামিলনাডুৰ বিত্তমন্ত্ৰী পিটিআই পালানিভেল থিয়াগা ৰাজন আৰু ৰাজহ মন্ত্ৰী পি মূৰ্তি। গোটেই ঘটনাটোত দুয়োগৰাকীয়ে স্তম্ভিত হৈ পৰে।

মন্ত্ৰী ৰাজনে কয়, ‘’যেতিয়া সেই নতুন শপতবাক্য পাঠ কৰো শুনো মই হতভম্ব হৈ পৰো। মই জানিছিলো যে চিকিৎসকসকলে ‘হিপ’ক্ৰেটিক শপত’ লয়। মইতো ৰাজনীতিকসকলকো এনে শপত ল’বলৈ কৈ থাকো।‘’

এই সমস্ত ঘটনাৰ বাবে অভিযোগৰ আঙুলি উঠিছে মাদুৰাই মেডিকেল কলেজৰ ডীন ডঃ ৰাথিনাভেলৰ পিনে। তেওঁক ইতিমধ্যে এই পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁ দোষী প্ৰমানিত হ’লে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব পাৰে। অৱশ্যে তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে নিমিলিল কথা; আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে

ডীনগৰাকীয়ে জানিবলৈ দিয়ে যে ছাত্ৰ সংগঠনৰ সম্পাদকৰ ভুলৰ বাবেই এনে বেমেজালি হৈছে। তেওঁ ভুলকৈ বিপ’ক্ৰেটিক শপতৰ সলনি মহৰ্ষি চৰকৰ শপত ডাউনলোড কৰে আৰু সেইটোকে শপত গ্ৰহণৰ প্ৰেক্ষাগৃহত বজাই দিয়ে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd