• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামিলনাডুৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আকস্মিক বিয়োগ; আশ্বিনৰ শোক প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 7:18 pm

1 min read

তামিলনাডুৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আকস্মিক বিয়োগ; আশ্বিনৰ শোক প্ৰকাশ
308
VIEWS
Share on FacebookShare on Twitter

তামিলনাডু প্ৰিমিয়াৰ লীগৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আজি আকস্মিকভাৱে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

মৃত্যুৰ সময়ত প্ৰতিভাৱান ক্ৰিকেটাৰ গৰাকীৰ বয়স হৈছিল মাত্ৰ ৩৫ বছৰ।

লেগ স্পীনাৰ গৰাকীয়ে ২০১৮ চনত তামিলনাডু প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে।

প্ৰতিভাৱান স্পীনাৰ গৰাকীৰ আকস্মিক বিয়োগত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে গভীৰ শোক ব্যক্ত কৰে।

বৰ্তমান য়ু এ ইত আই পি এলত ব্যস্ত থকা আশ্বিনে এম পি ৰাজেশৰ মৃত্যুত শোক ব্যক্ত কৰি টুইট কৰে।

”ৰিপ এম পি ৰাজেশ……..তুমি নোহোৱা বুলি বিশ্বাস কৰাটো কঠিন হৈ পৰিছে। তোমাৰ সৈতে খেলৰ সময়ত কৰা আলোচনাৰ কথা মই কেতিয়াও নাপাহৰো,” ৰবিচন্দ্ৰন আশ্বিনে এইদৰে লিখে।

ৰবিচন্দ্ৰন আশ্বিনৰ উপৰিও এম পি ৰাজেশৰ আকস্মিক মৃত্যুত তামিলনাডু ক্ৰিকেট এছ’চিয়েশ্যনৰ কৰ্মকৰ্তা আৰু খেলুৱৈ সকলে গভীৰ শোক প্ৰকাশ কৰে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd