• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰ্ছ ট্ৰেডিং! বিজেপি নাইবা ইউপিপিএলত যোগদানৰ পূৰ্ণ সম্ভাৱনা তামুলপুৰৰ ‘নিৰুদ্দিষ্ট’ বিপিএফ প্রাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 31, 2021 9:16 pm
a tamu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেন যৱনিকা পৰিবলৈ ওলাইছে তামুলপুৰৰ বিপিএফ প্রাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ ‘নিৰুদ্দেশে’ হোৱাৰ কাহিনী।

শেহতীয়াকৈ জানিব পৰা মতে বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ এৰি বিজেপিৰ মিত্ৰজোঁট ইউপিপিএলত যোগদানৰ প্ৰস্তুতি চলাইছে।

Apply Now

বিশেষ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি প্ৰাৰ্থীগৰাকীয়ে সেইমৰ্মে গুৱাহাটীত বাহৰ পাতিছে আৰু আজি নিশাই তেওঁ ইউপিপিএলত যোগদান কৰিব পাৰে।

উল্লেখ্য ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিপএফ দলৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰী ওৰফে ৰামদাস বসুমতাৰী নিৰুদ্দেশ হৈ পৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাৰ্থী গৰাকীক কোনোবা প্ৰতিপক্ষ দলে হাইজেক কৰা বুলি বিপিএফৰ নেতা কৰ্মী সকলে আজি অভিযোগ কৰিছিল। কাৰণ আজি পুৱাৰ পৰাই তামুলপুৰত বিচাৰি পোৱা নাই প্ৰাৰ্থী গৰাকীক।

ইপিনে ৰংজা খুঙ্গুৰ বসুমতাৰীয়ে অন্য দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চলিছে আৰু এই বিষয়ে শেহতীয়াকৈ বিভিন্ন সংবাদমাধ্যমত বাতৰিও প্ৰকাশ পাইছে।

অৱশ্যে প্ৰাৰ্থীগৰাকীৰ তৰফৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো কথা স্পষ্টকৈ জনোৱা হোৱা নাই।

শেহতীয়া তথ্য অনুসৰি প্ৰাৰ্থী গৰাকী এতিয়া গুৱাহাটীৰ হোটেল লিলিত থকা বুলি জানিব পৰা গৈছে। আন দলত যোগদান কৰিলেও অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ নাঙৰ প্ৰতীকতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।

কাৰণ তেওঁ এতিয়া আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰে। প্ৰাৰ্থীগৰাকীৰ এনে স্থিতিয়ে এতিয়া শলঠেকত পেলাইছে বিপিএফক। অৱশ্যে সকলো কথা স্পষ্ট হ’ব আৰু কিছু ঘণ্টাৰ পিছতহে।

 

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd