• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত ১ বজাতে বন্ধ হৈ পৰিল দোকান-পোহাৰ; নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 14, 2021 6:33 am
IMG_20210513_145654

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যতে অতিমাৰীৰ ৰূপ লোৱা কভিড-১৯ ৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নতুন  নিৰ্দেশনা মানি বাক্সা জিলাৰ তামুলপুৰ মহকুমাতো আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখে।

মহকুমা সদৰৰ ঘগ্ৰাচ’ক, পুৰণ তামুলপুৰ চক, মটঙা চকৰ লগতে মহকুমাটোৰ দ্বাৰকুছি,কুমাৰীকাটা, নাগ্ৰীজুলি আদি বিভিন্ন ঠাইৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আদি  দিনৰ ১-০০  বজাৰ লগে লগে বন্ধ হৈ পৰে।

Apply Now

দিনৰ ১ বজাৰ লগে লগে তামুলপুৰত দোকান পোহাৰ বন্ধ হৈ পৰাত জনশূন্য হৈ পৰে তামুলপুৰ মহকুমা সদৰৰ ৰাজপথ।

শেহতীয়াভাৱে বাক্সা জিলাৰ তামুলপুৰত ভয়াবহ ভাৱে বৃদ্ধি পাইছে কভিড-১৯ৰ গণ সংক্ৰমণ।

বৃহস্পতিবাৰে তামুলপুৰ মহকুমাত পুনৰ নতুনকৈ ১৬ গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰে।  ইতিমধ্যে বাক্সা জিলাত বিগত এটা মাহত ৮ গৰাকীকৈ লোক কোভিড ১৯-ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে তামুলপুৰ মহকুমাত তিনিটা দিনত ৬৬ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

চৰকাৰৰ নতুন নিৰ্দেশনাৰে লোৱা কঠোৰ স্থিতিয়ে হয়তো কোভিড-১৯ৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰিব যদিহে জনসাধাৰণে চৰকাৰৰ নতুন বিধি মানি চলি চৰকাৰক সহযোগ কৰে।

ইপিনে বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা নতুন  এছ অ’ পি ৰ পিছত কঠোৰ হৈ পৰিছে তামুলপুৰ আৰক্ষী। তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বনজিৎ উজীৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাজপথলৈ ওলাই আহি  যিসকল ব্যক্তিয়ে বিনা কাৰণত বাহিৰলৈ ওলাই আহি চৰকাৰী নীতি অমান্য কৰিছে সেই সকলৰ বিৰূদ্ধে কঠোৰ হৈ পৰে।

বিনা কাৰণত নিয়ম উলংঘা কৰি ৰাজপথলৈ ওলাই অহা লোক সকলক তামুলপুৰ আৰক্ষীয়ে সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই দিয়ে আৰু বিনা কৰাণত ৰাজপথলৈ ওলাই নাহিবলৈ আহ্বান জনোৱাৰ লগতে কোনো লোকে পুণৰ চৰকাৰে বান্ধি দিয়া নিয়ম যদি উলংঘা কৰে তেনেহলে তেনে লোকৰ বিৰুদ্ধে  তামুলপুৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে  আৰক্ষী বিষয়া উজীৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd