• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাওঁৰক্ষী সভাপতিক ঘপিয়াই বধ তান্ত্ৰিকৰ, মৃত্যুৰে যুঁজ আন এজনৰ

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , November 13, 2018 4:30 pm

1 min read

bhuban kalita

তান্ত্ৰিকৰ আক্ৰমণত নিহত ভুৱন কলিতা। ছবি- নৰ্থ ইষ্ট নাও।

189
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ বামুন্দিৰ হাতীমূৰীয়া পাহাৰত সোমবাৰে ৰাতি জগদীশ ডেকা নামৰ এজন তান্ত্ৰিকৰ ঘাপত গাওঁৰক্ষী বাহিনীৰ সভাপতিজনে থিতাতে প্ৰাণ হেৰুওৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তান্ত্ৰিকজনৰ দাৰ ঘাপত বাহিনীৰ সভাপতি ভুৱন কলিতা ঠাইতে ঢলি পৰাৰ লগতে নৱজ্যোতি কলিতা নামৰ আন এজন সদস্যও গুৰুতৰভাৱে আহত হয়। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যুৰে যুঁজিছে আহত কলিতাই।

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে তান্ত্ৰিক ডেকাই।

tantrik congress worker
হত্যাকাৰী তান্ত্ৰিক ডেকাৰ নামত থকা বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ পৰিচয় পত্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

স্থানীয় লোকৰ অভিযোগ মতে প্ৰথমে বাক-বিতণ্ডা লগাৰ পিছতে গাওঁৰক্ষী বাহিনীৰ লোককেইজনৰ ওপৰত জঁপিয়াই পৰে তান্ত্ৰিকজন।

নলবাৰীৰ বাসিন্দা ডেকাৰ আশ্ৰমখনত দীৰ্ঘদিনধৰি যাদু-মন্ত্ৰ-বেজালি আৰু মদ-জুৱাৰ আড্ডা চলি আহিছিল। ঘটনাৰ নিশাও, স্থানীয় লোকৰ ভাষ্য মতে, সুৰাৰ ৰাগীত মাতাল তান্ত্ৰিক আৰু সংগীবৃন্দই হূলস্থূল, উদ্ভণ্ডালি কৰাত বাধা দিবলৈ গৈছিল গাওঁৰক্ষী বাহিনীৰ লোককেইজন।

শুৱালকুছি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে তান্ত্ৰিক ডেকা এগৰাকী কংগ্ৰেছ কৰ্মী বুলি জানিব পৰা গৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd