• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত জাপানী এনকেফেলাইটিছ, মেলেৰিয়া প্ৰতিৰোধমূলক টাস্ক ফ’ৰ্চৰ বৈঠক

Nenow পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 21, 2020 5:30 pm

2 min read

Task force meets over prevention of Japanese encephalitis, malaria in Sivasagar

বৈঠকৰ ছবি।

169
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ক’ভিড-১৯ৰ সমান্তৰালকৈ জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে।

বাৰিষাৰ সময়ছোৱাত এই ৰোগসমূহৰ প্ৰাদুৰ্ভাৱৰ আশংকাৰ প্ৰতি দৃষ্টি ৰাখি এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া যাৱতীয় প্ৰতিকাৰমূলক ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি উপায়ুক্ত কাৰ্য়ালয়ৰ চ্যুকাফা সভাকক্ষত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগকে আদি কৰি অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াৰে সৈতে গঠিত টাস্ক ফ’ৰ্চৰ এখন সভা অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া বিদিত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ সম্ভাৱ্য সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী যেনে– টীকাকৰণ, ফগিং কৰা, ঔষধযুক্ত আঁঠুৱা আৰু প্ৰয়োজনীয় দৰৱ মজুত ৰখা, জ্বৰ-পানীলগা আদি লক্ষণ প্ৰত্যক্ষ কৰা লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা ইত্যাদি বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়।

সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ সম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে অৱগত কৰে।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসে সাম্প্ৰতিক বিশ্বজোৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য কৰ্মীসকলৰ মনোবল বঢ়োৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd