• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মালালাৰ বিয়াক লৈ সুখী নহয় তছলিমা নাছৰিন, কিন্তু কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 11, 2021 5:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তিৰ ন’বেল বিজয়ী মালালা ইউছুফ জাইৰ যোৱা ৯ নৱেম্বৰত বিয়া হৈ গ’ল।মালালাৰ স্বামী পাকিস্তানৰ এগৰাকী উদ্যোগপতি তথা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কৰ্মকৰ্তা অছৰ মালিক।

কিন্তু মালালাৰ বিয়াকলৈ সন্তুষ্ট নহয় বাংলাদেশৰ লেখিকা তছলিমা নাছৰিন।মালালাই এজন পাকিস্তানী যুৱকৰ সৈতে বিয়া৩ত বহাৰ বাবেই মনত বেজৰ পাইছে তছলিমাই।

Apply Now

তছলিমাই তেওঁৰ টুইটাৰত এই প্ৰসংগকলৈ একাধিক টুইটো কৰিছে। তছলিমাই কৈছে যে এসময়ত যিসকল লোকে মালালাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল তেনেলোকৰ সৈতেই মালালা বিয়া হ’ল।

পকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবেই মালালাই দেশ ত্যাগ কৰি বিদেশত থাকিবলগীয়া হ’ল বুলি মন্তব্য কৰি তছলিমাই কয়— যিয়ে তেওঁক আশ্ৰয় দিছে, আহত অৱস্থাত চিকিৎসা কৰোৱাইছে, ধনৰ যোগান ধৰিছে সেই দেশৰ ইংৰাজ যুৱক এজনৰ সৈতেহে মালালাই বিয়াত বহিব লাগিছিল।

বিয়াত বহাৰ ক্ষেত্ৰত মালালাই খৰখেদা কৰাৰ কথা উল্লেখ কৰি তছলিমাই কৈছে যে মালালাৰ বয়স মাত্ৰ ২৪ বছৰ। তেওঁ অক্সপোৰ্ড বিশ্ববিদ্যালয়ত পঢ়িব বুলি আশা কৰা হৈছিল।

ভবা হৈছিল ৩০ বছৰ বয়সলৈকে হয়তো মালালাই বিয়াৰ কথা চিন্তাই নকৰিব। কিন্তু সয়ো নহ’ল।সেইবাবেই মালালাৰ বিয়াক লৈ সুখী হ’ব পৰা নাই তছলিমা নাছৰিন।

উল্লেখ্য প্ৰাণঘাতী আক্ৰমণৰ পিছতে স্বদেশ পাকিস্তান এৰি ব্ৰিটেইনত বাস কৰি থকা মালালাই অৱশেষত বিবাহপাশত আৱদ্ধ হৈছে ।

শান্তিৰ ন’বেল প্ৰাপক মালালা ইউছুফজায়ে ব্ৰিটেইনৰ বাৰ্মিংহামত মঙলবাৰে বিবাহপাশত আৱদ্ধ হয়।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে মালালাই তেওঁৰ বিয়াৰ কথা ৰাজহুৱা কৰিছে। ২৪ বছৰীয়া মালালাৰ স্বামীৰ নাম হৈছে অছৰ মালিক।

টুইটাৰত মালালাই লিখিছিল—’ আজিৰ দিনটো মোৰ বাবে এক মূল্যৱান দিন।আজি মই আৰু আছিৰে বিবাহপাশত আৱদ্ধ হৈ ইজনে-সিজনক জীৱন সংগী হিচাবে বিচাৰি পালো’। মালালাই টুইটাৰত বিয়াৰ চাৰিখন ফটোও দিছিল।

মালিক Pakistan Cricket Boardৰ High-Performance Centreৰ প্ৰৱন্ধক হিচাবে কৰ্মৰত হৈ আছে।

উল্লেখ্য মালালাই ব্ৰিটেইনৰ পৰা প্ৰকাশিত বিশ্ববিখ্যাত Vogue আলোচনীত চলিত বছৰৰ জুলাই মাহত প্ৰকাশিত এটা সাক্ষাৎকাৰত পূৰ্বে এইবুলি কৈছিল—’মই বুজি নাপাওঁ মানুহে কিয় বিয়া হ’ব লাগে। যদি আপুনি কোনো লোকক জীৱন সংগী কৰিব লাগে তেন্তে কিয় এসোপা নথি-পত্ৰত স্বাক্ষৰ কৰিব লাগে? আমি কিয় সহজ ভাবে জীৱন সংগী বাচি ল’ব নোৱাৰো?’

মালালাৰ সাক্ষাৎকাৰটো প্ৰকাশৰ পিছতে বহুতে ভাছিল যে মালালা হয়তো বিয়াৰ বিষয়কলৈ বিৰক্ত। কিন্তু কথাবোৰ যে তেনে নহয় সেয়া প্ৰমাণ কৰি দিলে মালালাই।

উল্লখ্যে সন্ত্ৰাসবাদীৰ সমান্তৰাল শাসন চলি থকা পাকিস্তানত প্ৰায় ৯ বছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ১৫ বছৰীয়া কিশোৰী মালালা ।

দেশ খনত তালিবানৰ বাধাকো নেওচি মালালাই স্ত্ৰী শিক্ষাৰ হকে দেহে কেহে খাটিছিল।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যোৱাৰ বাবেই ২০১২ চনত মালালাৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল প্ৰাণঘাতী আক্ৰমণ।

মালালাৰ চকুৰ কাষৰে গুলি পাৰহৈ গৈ কান্ধত আঘাত কৰিছিল। সেইবাৰলৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল মালালাৰ।

তেতিয়াৰে পৰাই ব্ৰিটেইনত আশ্ৰয় গ্ৰহণ কৰি আছে মালালাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd