• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰলৈ আহি আছে TATA Motorsৰ নতুন কাৰ Altroz; চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2019 2:18 pm
tata_altroz_photo_google__1559210820 2

টাটাৰ বজাৰলৈ আহিবলগীয়া Altroz কাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাটা মটৰ্ছে (TATA Motors) ডিচেম্বৰ মাহত তেওঁলোকৰ নতুন কাৰ অলট্ৰ’জ (Altroz) প্ৰদৰ্শন কৰিব আৰু ইয়াৰ পাছতে জানুৱাৰিত মুকলি কৰিব।

যোৱা বছৰ কোম্পানীটোৱে ইয়াৰ মাজতে হেৰিয়ৰ এছ য়ু ভি মুকলি কৰিছিল। Cardekho.com অনুসৰি অলট্ৰ’জ হ’ব টাটাৰ প্ৰথম প্ৰিমিয়াম হেছবেক কাৰ।

Apply Now

টাটাৰ এই গাড়ীখনৰ প্ৰতিযোগিতা মাৰুতি চুজুকি বলেন’, হোণ্ডা জ’জ, ফক্সৱাগান প’লো আৰু হুণ্ডাই এলিট আই২০ৰ সৈতে হ’ব।

টাটা মটৰ্ছে এইবছৰ জেনেভা মটৰ শ্ব’ত অলট্ৰ’জৰ প্ৰদৰ্শন কৰিছিল। কোম্পানীয়ে ইয়াক “জেনেভা এডিশ্যন’ বুলি কৈছিল।

অৱশ্যে, ভাৰতত মুকলি হ’বলগীয়া অলট্ৰ’জ ইয়াৰ জেনেভা এডিশ্যনতকৈ কিছু পৃথক হ’ব।

অলট্ৰ’জৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত পেট্ৰ’ল আৰু ডিজেল দুয়োটা ইঞ্জিনৰে অপশ্যন থাকিব। ইয়াত টাটা নেক্সনৰ দৰে ১.২ লিটাৰ টাৰ্বো পেট্ৰ’ল, ১.৪ লিটাৰ ডিজেল আৰু টিয়াগ’ৰ দৰে ১.২ লিটাৰ নেশ্যাৰেল এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে,অলট্ৰ’জত এই ইঞ্জিনক পৃথক পাৱাৰ/টাৰ্ক আউটপুটৰ সৈতে আগবঢ়োৱা হ’ব পাৰে। লগতে এই ইঞ্জিনক বিএএছ৬ নিৰ্গমন নৰ্মছৰ ভিত্তিত আপগ্ৰেড কৰা হৈছে।

টাটা অলট্ৰ’জৰ জেনেভা এডিশ্যনত মেন্যুৱেল গিয়েৰবক্স দিয়া হৈছিল। কিন্তু ইয়াক এ এম টি (অটোমেটিক মেন্যুৱেল ট্ৰান্সমিশ্যন)ৰ সৈতেও ব্যৱহাৰ কৰিব পৰা যায়।

টাটাৰ এই শীঘ্ৰেই মুকলি হ’বলগীয়া কাৰখন হেছবেক ডুয়েল কালাৰ ডেছবৰ্ড, টাচস্ক্ৰীণ ইনফোটেনমেন্ট চিষ্টেম, অটোমেটিক এ চি, ৰিয়ৰ এ চি ৱেন্ট, ক্ৰুজ কন্ট্ৰ’ল আৰু ষ্টিয়েৰিং মাউন্টেড অডিঅ’ৰ কন্ট্ৰ’লৰ দৰে ফিচাৰ্ছৰ সৈতে মুকলি কৰা হ’ব।

কাৰখনৰ দাম ৫.৫ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত হোৱাৰ আশা কৰা হৈছে। সেয়া হ’লে অলট্ৰ’জ শাৰীৰ আন কাৰ’ৰ বাবে ই তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd