• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজালীত শিক্ষয়িত্ৰীয়ে ৰাজপথতে প্ৰহাৰ কৰিলে ছাত্ৰক; ক্ষুব্ধ ৰাইজে আবদ্ধ কৰি ৰাখিলে বহু সময়

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
August 10, 2018 8:56 pm
Balai_Teacher

ছবিত ছাত্ৰক প্ৰহাৰ কৰা শিক্ষয়িত্ৰীগৰাকীক দেখা গৈছে।

146
VIEWS
Share on FacebookShare on Twitter

বজালীত এগৰাকী শিক্ষয়িত্ৰীয়ে সীমা চেৰাই গৈ ৰাজপথতে এজন ছাত্ৰক প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে। শিক্ষয়িত্ৰীগৰাকীৰ এই বিবেচনাহীন আচৰণত ক্ৰোধিত হোৱা স্থানীয় ৰাইজে কিছু সময় ধৰি শিক্ষয়িত্ৰীগৰাকীক আবদ্ধ কৰি ৰাখে।

আনহাতে ঘটনাৰ অলপ পিছতে তাত সাংবাদিক গোট খোৱাত কেমেৰাৰ পৰা পলাবলৈ চেষ্টা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে।

স্থানীয় লোকে জনোৱামতে, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ্তি ভৰালী নামৰ শিক্ষয়ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰক পথৰ ওপৰতে চৰ শোধায়৷ প্ৰত্যক্ষদৰ্শীৰ মতে, কিবা কাৰণত ৰিক্সাৰ পৰা নামি শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক চৰিয়াই দিয়ে৷

পিছত ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হৈ ছাত্ৰজন গাড়ীৰ আগত পৰা বুলি এক মিছা অভিযোগ আনে শিক্ষয়ত্ৰীজনে৷

ভুক্তভোগী ছাত্ৰজনৰ নাম অমিত কুমাৰ ৰয় আৰু তেওঁৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে। তেওঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে নৱম শ্ৰেনীত পঢ়ি আছে। ছাত্ৰজনৰ লগতে স্থানীয় ৰাইজেও শিক্ষয়িত্ৰগৰাকীৰ এই ব্যৱহাৰৰ ন্যায় বিচাৰ দাবী কৰিছে৷

উল্লেখযোগ্য যে বিদ্যালয়ত শাৰীৰিক শাস্তি নিষিদ্ধ কৰি থৈছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ বাবে ২০০০ চনতে এখন বিশেষ আইন আনিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এইবোৰ সম্পৰ্কত একো জ্ঞান নথকা এচাম শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন অজুহাতত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হাত তুলি আহিছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd