DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Teacher’s other professions জীৱন বীমা এজেণ্ট-সাংবাদিকতা কৰিব নোৱাৰিব শিক্ষকে; প্ৰাথমিক-মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ জাননী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 1, 2022 5:08 pm
188
VIEWS
Share on FacebookShare on Twitter

Guwahati: Teacher’s other professions বীমা (জীৱন বীমা) আৰু সাংবাদিকতা কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ।

এই ক্ষেত্ৰত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক জিলা পৰ্য্যায়ৰ শিক্ষা বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

মাধ্যমিক শিক্ষা বিভাগে জিলা পৰ্য্যায়ত সংগ্ৰহ কৰিছে বীমা এজেণ্ট আৰু সাংবাদিকতাৰ লগত জৰিত শিক্ষকৰ তালিকা।

অসম অসামৰিক সেৱা আইন ১৯৬৫ ৰ অধীনত এনেকৈ কোনো চৰকাৰী বা প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বীমা এজেণ্ট নাইবা সাংবাদিকতা ইত্যাদি বৃত্তিত জৰিত হ’ব নোৱাৰিব।


সেয়েহে তাত্ক্ষণিকভাৱে জিলা শিক্ষা বিষয়াক এনেধৰণৰ বীমা এজেণ্ট বা সাংবাদিকতাৰে জৰিত শিক্ষকৰ তালিকা প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ বাবে পত্ৰযোগে নিৰ্দেশ দিছে।

যোৱা নিশা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এই নিৰ্দেশ দিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা বিভাগে পত্ৰযোগে প্ৰাথমিক শিক্ষা বিষয়ালৈ শিক্ষকৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশনা দিছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱেও কিছুদিন পূৰ্বে কোনো শিক্ষকে বীমা এজেণ্ট বা সাংবাদিকতাত জৰিত থাকিব নোৱাৰিব বুলি সকীয়াই দিছিল।

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd