• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ পাটগাঁৱত এনডিএফবি লিংকমেনৰ দ্বাৰা কিশোৰীক ধৰ্ষণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 5, 2018 7:50 pm
IMG_20181005_095023
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ পাটগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ৭নং আফলাগাওঁৰ শম্ভু বসুমতাৰী ওৰফে ব্ৰহ্ম (৩৫) নামৰ বিবাহিত লোক এজনে এগৰাকী উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰীক ধৰ্ষণ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পাটগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও ধৰ্ষণকাৰী লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

এজাহাৰত উল্লেখ কৰা মতে যোৱা ৪ অক্টোবৰৰ বিয়লি গৌজনপুৰী গাঁওৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী এগৰাকীক নিজ ঘৰৰ পৰা অপহৰণ কৰি লৈ আহে অভিযুক্ত শম্ভু বসুমতাৰীয়ে৷

Apply Now

ইয়াৰ পিছত শম্ভুয়ে নিজৰ ঘৰৰ কোঠাত ছাত্ৰী গৰাকীক বলপূৰ্বক আৱদ্ধ কৰি ৰাখি কেইবাবাৰ ধৰ্ষণ কৰাৰ লগতে মাৰি পেলোৱাৰ চেষ্টা চলায়৷ এই কথা ইকাণ-সিকাণ হৈ গাঁওৰ ৰাইজে গম পাই শম্ভুৰ ঘৰত উপস্থিত হৈ ধৰ্ষিতা ছোৱালীজনীক উদ্ধাৰ কৰে যদিও ধৰ্ষণকাৰী শম্ভু বসুমতাৰী সুযোগ বুজি পলায়ন কৰে৷

ৰাইজে পিছত ছোৱালীজনীক অচেতন অৱস্থাত কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়লৈ লৈ আহে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাওঁৰ ল’ৱাৰ আসাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

অদ্যাপি যুৱতী গৰাকীৰ অৱস্থা সংকটজনক বুলি জনা গৈছে৷ উল্লেখ্য যে শম্ভু বসুমতাৰীয়ে প্ৰায় চাৰি বছৰ পূৰ্বে নিজৰ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তদুপৰি শম্ভু বসুমতাৰীয়ে বিভিন্ন অসামাজিক কাম-কাজত জড়িত হোৱাৰ উপৰিও ধন দাবী আৰু এনডিএফবিৰ লিংকমেন হিচাপেও কাম কৰিছিল৷

শম্ভু বসুমতাৰীক আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও জামিনত মুকলি আকাশৰ তললৈ ওলাই পুনৰ হত্যা, হিংসা, ধনদাবী, অপহৰণ আৰু শেহতীয়াকৈ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলাইছিল৷

এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাইজে ধৰ্ষণকাৰী শম্ভুৰ কঠোৰ শাস্তিৰ দাবী জনাইছে৷ মন কৰিবলগীয়া এয়ে যে শম্ভু বসুমতাৰীক ৭ নং আফলা গাওঁৰ ৰাইজে সমাজৰ পৰা পূৰ্বেই বহিস্কাৰ কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণকাৰী শম্ভু বসুমতাৰীৰ দেউতাকক সোধপোছৰ বাবে আটক কৰিছে৷

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd