• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ সুব্ৰহ্মণ্যস্বামী মন্দিৰৰ দানপাত্ৰত উদ্ধাৰ হোৱা এখন ২০ টকীয়া নোটৰ ওপৰত লিখা এক অস্বাভাৱিক প্ৰাৰ্থনাক কেন্দ্ৰ কৰি বৰ্তমান ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সাধাৰণতে ধৰ্মীয় স্থানসমূহত ভক্তসকলে নিজৰ তথা পৰিয়ালৰ কুশল-মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যদিও এইগৰাকী অজ্ঞাত পুণ্যৰ্থীয়ে নিজৰ আত্মীয়ৰ দ্ৰুত মৃত্যু কামনা কৰি নোটখনৰ জৰিয়তে ঈশ্বৰলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 8:36 pm
93
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ সুব্ৰহ্মণ্যস্বামী মন্দিৰৰ দানপাত্ৰত উদ্ধাৰ হোৱা এখন ২০ টকীয়া নোটৰ ওপৰত লিখা এক অস্বাভাৱিক প্ৰাৰ্থনাক কেন্দ্ৰ কৰি বৰ্তমান ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সাধাৰণতে ধৰ্মীয় স্থানসমূহত ভক্তসকলে নিজৰ তথা পৰিয়ালৰ কুশল-মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যদিও এইগৰাকী অজ্ঞাত পুণ্যৰ্থীয়ে নিজৰ আত্মীয়ৰ দ্ৰুত মৃত্যু কামনা কৰি নোটখনৰ জৰিয়তে ঈশ্বৰলৈ আহ্বান জনাইছে।

মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, নিয়মীয়া কাম-কাজৰ অংশ হিচাপে দানবাকচৰ পৰা ধন সংগ্ৰহ কৰি থকাৰ সময়তে কৰ্মচাৰীসকলে এই বিশেষ ২০ টকীয়া নোটখন প্ৰত্যক্ষ কৰে। নোটখনত লিখা আছিল যে তেওঁ খুড়ীদেউৰ অত্যাচাৰ আৰু সহ্য কৰিব পৰা নাই, সেয়েহে অতি সোনকালেই যেন তেওঁৰ মৃত্যু হয়। প্ৰথম অৱস্থাত কৰ্মচাৰীসকলে বিষয়টো সঠিকভাৱে বুজিব পৰা নাছিল যদিও পাছত বাৰ্তাংশ ভালদৰে পঢ়ি তেওঁলোক স্তম্ভিত হৈ পৰে।

Apply Now

লগে লগে মন্দিৰৰ কৰ্মচাৰীসকলে সেই নোটখনৰ লগতে তাত লিখা বাৰ্তাটোৰ আলোকচিত্ৰ গ্ৰহণ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে। মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ইয়াৰ পূৰ্বেও তেওঁলোকে দানবাকচৰ পৰা ধন সংগ্ৰহ কৰি আহিছে যদিও এনেধৰণৰ অস্বাভাৱিক আৰু মৃত্যু কামনা কৰি লিখা কোনো বাৰ্তা পূৰ্বে কেতিয়াও উদ্ধাৰ হোৱা নাছিল।

বৰ্তমান এই সমগ্ৰ বিষয়টো সামাজিক মাধ্যমত দ্ৰুতগতিত বিয়পি পৰাৰ লগতে ৰাইজৰ মাজত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। এগৰাকী ব্যক্তিয়ে কি পৰিস্থিতিত পৰি বা কিমান মানসিক নিৰ্যাতনৰ বলি হৈ এখন পৱিত্ৰ ধৰ্মীয় স্থানত গৈ এনেদৰে আত্মীয়ৰ মৃত্যু কামনা কৰিবলগীয়া হৈছে, সেয়া এতিয়া সকলোৰে বাবে এক চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰিল আমেৰিকাৰ এফ-৩৫বি যুঁজাৰু বিমান, তাৰপিছত…

কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰিল আমেৰিকাৰ এফ-৩৫বি যুঁজাৰু বিমান, তাৰপিছত…

August 1, 2026 10:26 am
মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

August 1, 2026 9:16 am
আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

আজিৰে পৰা ৰাজ্যৰ ৩৭.১ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন, বানপীড়িতৰ বাবে দুগুণ সাহায্য

August 1, 2026 9:13 am
অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

August 1, 2026 8:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰিল আমেৰিকাৰ এফ-৩৫বি যুঁজাৰু বিমান, তাৰপিছত…

কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰিল আমেৰিকাৰ এফ-৩৫বি যুঁজাৰু বিমান, তাৰপিছত…

August 1, 2026 10:26 am
মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে ৫৭ জনৰ মৃত্যু

August 1, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd