• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উৰুৱাই দিয়া হ’ব মন্দিৰ : ইমেলযোগে ভাবুকি লাভৰ পিছতেই বোমাতংক তিৰোপতিত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 28, 2024 3:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইখনৰ পিছত সিখনকৈ হোটেলে আততায়ীৰ বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পিছত এইবাৰ ভাবুকি আহিছে মন্দিৰলৈ।

এইবাৰ তিৰোপতিৰ ইস্কন মন্দিৰলৈ ইমেইলযোগে ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই।

Apply Now

ইয়াৰ পিছতে মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা মন্দিৰৰ কৰ্মচাৰীসকলক কোনো অচিনাক্ত লোকে ভাবুকিপূৰ্ণ ইমেইল (Hoax mail) প্ৰেৰণ কৰিছিল।

নিজকে পাকিস্তানৰ আই এছ আই সমৰ্থিত উগ্ৰপন্থী বুলি পৰিচয় দি মন্দিৰটো বোমাৰে উৰুৱাই দিয়া হ’ব বুলি মেইল কৰিছিল দুৰ্বৃত্তই।

ইয়াৰ পিছতে মন্দিৰৰ চৌহদত আতংক বিয়পি পৰে।

খবৰ লাভ কৰিয়েই, বোমা স্কোয়াড আৰু ডগ স্কোয়াডৰ দলে সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।

অৱশ্যে মন্দিৰ চৌহদৰ পৰা কোনো ধৰণৰ বিস্ফোৰক বা আন কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে মন্দিৰত বোমা আক্ৰমণৰ ভাবুকিৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

যোৱা শনিবাৰেও তিৰুপতিৰ দুখন হোটেলে বোমা আক্ৰমণৰ ভাবুকি লাভ কৰিছিল। অৱশ্যে তালাচীৰ অন্তত সকলো ভুৱা বুলি ধৰা পৰে।

কেৱল হোটেল বা মন্দিৰেই নহয়, বিগত কিছুদিনত কেইবাখনো বিমানেও এনে ভাবুকিৰ সন্মুখীন হৈছে।

খবৰ অনুসৰি দেওবাৰে কমেও ৫০খন বিমানৰ কৰ্তৃপক্ষই বোমা আক্ৰমণৰ ভাবুকি লাভ কৰিছিল। কিন্তু আৰক্ষী বা বিমান কৰ্তৃপক্ষই বাৰে বাৰে কিয় এনে ভাবুকিৰ সন্মুখীন হৈছে তাৰ কোনো উত্তৰ পোৱা নাই।
বিমানত ভাবুকি প্ৰদান কৰা অভিযুক্তক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। যদিও ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে
, তথাপিও এনে ভাবুকি ৰোধ কৰিব পৰা নাই প্ৰশাসনে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd