• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাইকাবাসীক পুনঃসংস্থাপন কৰিবলৈ গৈ প্ৰত্যাহ্বানৰ সন্মুখীন বন বিভাগ-মহকুমা প্ৰশাসন

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
November 3, 2021 8:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ নামফাইত আজি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ডিগবৈ বন বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন। নামফাই তাপু অঞ্চলত লাইকা বাসীক পুনঃ সংস্থাপন কৰিবলৈ যোৱাৰ পথত নামফাই অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে বাট ভেটি ধৰে ডিগবৈ বন বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ নেতৃত্বত যোৱা দলটোক।

নামফাই তাপু অঞ্চলত লাইকা বাসীক সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে।

Apply Now

উল্লেখ যে ১৯৯৯ চনতেই অসম চৰকাৰে প্ৰায় ৬০টা সোণোৱাল কছাৰী পৰিয়ালক নামফাই অঞ্চলত এবিঘাকৈ ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন কৰিছিল। কিন্তু সেইসময়ত এবিঘা ভূমিত গোটেই পৰিয়ালৰ জীৱন নিৰ্বাহ অসম্ভৱ বুলি আপত্তি দৰ্শোৱাত সেই সময়ৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াই গাওঁখনৰ কাষতে লাগি থকা বৰ্তমানৰ তাপু অঞ্চলত খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ মৌখিক ভাৱে অনুমতি প্ৰদান কৰিছিল।

উক্ত অঞ্চলতটো ঘন অৰণ্য হৈ থকাত সেই সময়ত সোণোৱাল গাঁৱৰ ৰাইজে বনৰীয়া জীৱ জন্তুৰ আক্ৰমণ, বানপানীৰ সমস্যা, অৰুণাচল প্ৰদেশ চৰকাৰে উক্ত অঞ্চলটো বিভিন্ন সময়ত নিজৰ বুলি দাবী জনাই গাওঁ বাসীক জাননী জাৰি কৰা আদি এশ এবুৰি সমস্যাৰ মাজতো বিভিন্ন বাধা বিঘিনি নেওচি খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

তেনেস্থলত উক্ত ভূমিত অসম চৰকাৰে লাইকাবাসীক পুনঃ সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব আৰু প্ৰয়োজনত যিকোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে।

লগতে ইয়াৰ দ্বাৰা সৃষ্টি হব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ দায়ী হব বুলি হুংকাৰ দিয়ে। অন্যহাতে বনবিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ আজি সন্ধিয়ালৈকে কোনো ধৰণ সিদ্ধান্তত উপনীত হ’ব নোৱাৰাত জাগুন অঞ্চলত থমকি ৰব লগা হৈছে। বাতৰি প্ৰেৰণ কৰা সময়লৈকে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

অন্যহাতে আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বই প্ৰতিবাদী ৰাইজক নেতৃত্ব প্ৰদান কৰি এই সংগ্ৰাম অধিক অধিক তীব্ৰ ৰূপ পাব বুলি হুংকাৰ প্ৰদান কৰিছে।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd