• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰৰ জন বস্কোৰ প্ৰতিমূৰ্তি ভঙা দুষ্কৃতিকাৰীক এতিয়াও চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , October 3, 2018 1:00 pm

2 min read

don-bosco-750x375

ফটো : নৰ্থ-ইষ্ট নাও

146
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বিছপ হাউছস্থিত ছেইণ্ট জন বস্কোৰ প্ৰতিমূৰ্তিতো যোৱা শনিবাৰে নিশা কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰা কাৰ্যক লৈ আজিও শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত এক চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে।

অচিনাক্ত দুষ্কৃতিকাৰীৰ এই নিৰ্লজ্জ কাণ্ডক এতিয়া চহৰখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মালম্বীলোক তথা অনুষ্ঠান-প্ৰতিষ্ঠানে তীব্ৰ গৰিহণা দিছে।

উল্লেখ্য যে ছেইণ্ট জন বস্কোৰ প্ৰতিমূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/ ২৯৫/ ৪২৭ আৰু ৩৪ ধাৰাত ২০০৬/১৮ নম্বৰত তেজপুৰ সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও এই পৰ্যন্ত কোনো এজন দুষ্কৃতিকাৰীকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

মন কৰিবলগীয়া যে শোণিতপুৰ জিলাৰ তেজপুৰ অঞ্চলত খ্ৰীষ্টান মিছনেৰীয়ে সাধাৰণ মানুহৰ মাজত ভাতৃত্ববোধ জীয়াই ৰখাৰ বাবে বহুতো সামাজিক সংগঠন চলাই থকাৰ লগতে ডন বস্কো স্কুলৰ জৰিয়তেও শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ইফালে উক্ত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মহত্তাই নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ ভাব প্ৰকাশ কৰি কয় যে ঘটনাৰ সৈতে যিয়েই জড়িত নহওক কিয় সেইসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰি আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd