• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এশ বাহৰো অধিক মৌ-মাখি প্ৰতিপালনেৰে স্বাৱলম্বী হোৱা টীয়কৰ এজন আদৰ্শ ব্যক্তিৰ কাহিনী…

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , January 31, 2021 5:07 pm

1 min read

teok
156
VIEWS
Share on FacebookShare on Twitter

যি সময়ত ৰাজ্যৰ উঠি অহা চামৰ মাজত কৰ্ম সংস্থাপনৰ অভাৱে কিছু হতাশা কঢ়িয়াইছে সেই সময়তে যোৰহাট জিলাৰ টীয়কৰ এজন ব্যক্তিৰ এক প্ৰচেষ্টাই আশা কঢ়িয়াইছে৷

কেৱল মৌ মাখি পালনেৰে যে মানুহ স্বাৱলম্বী হ’ব পাৰি, পৰিয়ালটোলৈ যে আৰ্থিক স্বচ্চলতা কঢ়িয়াব পাৰি এই কথা বহু সময়ত ভৱা নাযায়৷

কিন্তু সেই সময়তে টীয়কৰ পিড়াকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন নামৰ ব্যক্তিজনে নিজৰ শ্ৰমেৰে নিজ গৃহতে প্ৰায় এশ বাহ মৌ-মাখি প্ৰতিপালন কৰি সমগ্ৰ অঞ্চলটোলৈ এক উদ্যোগিক পৰিবেশ কঢ়িয়াই আনিছে।

অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইজন চহা কৃষকে নিজৰ সাঁচতীয়া ধনেৰে বহু কষ্টৰে এই এশটাৰো অধিক মৌ বাহ প্ৰতিপালন কৰি আহিছে৷

ব্যৱসায়িকভাৱে প্ৰচুৰ সম্ভাৱনা থকা এইসমূহ থলুৱা উদ্যোগলৈ চৰকাৰে পৰ্যাপ্ত সুবিধা আগবঢ়ালে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ এক সজীৱতা অহাৰ আশা কৰিব পাৰি l

ইয়াৰ উপৰিও চৰকাৰৰ বিশেষ আঁচনিৰ দ্বাৰা যদি মৌ পালনৰ ওপৰত সাধাৰণ জনসাধাৰণ বিশেষকৈ যুৱ চামৰ মাজলৈ এক সজাগতা আনি মৌ পালনৰ লগত জড়িত কৰিব পৰা যায় তেতিয়া ৰাজ্যত নিবনুৱা সমস্যাৰ সমাধানৰো কিছু আশা কঢ়িওৱাৰ সম্ভাৱনা আশা কৰিব পাৰি৷

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd