DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টেৰেছা ৰহমানৰ গ্ৰন্থ ‘মই ভালপোৱা বিষয়বোৰ: সংবাদ আৰু সাংবাদিকতা’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2018 12:09 pm
book release program ghy
332
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট সাহিত্যক নিৰুপমা বৰগোহাঞিয়ে শনিবাৰে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত পূৰ্বায়ণ প্ৰকাশনৰ নতুন গ্ৰন্থ টেৰেছা ৰহমানৰ ‘মই ভালপোৱা বিষয়বোৰ: সংবাদ আৰু সাংবাদিকতা’ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

সাংবাদিকতা বিষয়ক উক্ত ব্যতিক্ৰমী গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে বন্যা বৰুৱাই।

জ্যষ্ঠ সাংবাদিক হেমন্ত বৰ্মন, মাইনী মহন্ত, দুৰ্বা ঘোষ, মনোৰম গগৈ আৰু ধ্ৰুৱ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰি নিৰুপমা বৰগোহাঞিয়ে শিক্ষানুষ্ঠানত ছোৱালীক আত্মৰক্ষাৰ শিক্ষা দিয়াৰ প্ৰতি ৰাইজৰ লগতে চৰকাৰলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ‘সংবাদ মাধ্যম আৰু নাৰী: অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষে আঁত ধৰা আলোচনাচক্ৰটোত সংবাদ জগতত নাৰীৰ প্ৰত্যাহ্বান, নৱপ্ৰজন্মৰ যুৱতীসকলৰ অংশগ্ৰহণ, সম্ভাৱনা আদি বিষয়ে আলোকপাত কৰা হয়।

কালিৰ এই অনুষ্ঠানটোত অসমৰ সাহিত্য আৰু সংবাদ জগতৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd