DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাশ্মীৰত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণ : দুজন নিৰাপত্তাৰক্ষী জোৱান নিহত, কেবাজনো জোৱান আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 4:44 pm
kashmir-1000_571_855
248
VIEWS
Share on FacebookShare on Twitter

বিগত কেবা মাহৰ পৰা বিক্ষিপ্তভাৱে অশান্ত হৈ পৰিছে জন্মু আৰু কাশ্মীৰ। বিগত কিছু মাহৰ পৰা জন্মু আৰু কাশ্মীৰৰ বিভিন্ন ঠাইত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰি আহিছে সন্ত্ৰাসবাদীয়ে।

আজি দিনৰ ভাগতো কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে (আজি) দুপৰীয়া ১২.৫০ মানত পাম্পোৰে বাইপাছত হঠাতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ এটা দলে।

উক্ত আক্ৰমণত দুজন চি আৰ পি এফ জোৱান নিহত হোৱাৰ লগতে অন্য পাঁচজন জোৱান আহত হৈছে।

#UPDATE Of the five CRPF jawans, who were injured after terrorists fired upon the Force’s road opening party (ROP), two jawans lost their lives. More details awaited. #JammuAndKashmir https://t.co/zIZ5pHKXw2

— ANI (@ANI) October 5, 2020

ইতমিধ্য আহত জোৱানকেইজনক জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

বাতৰি প্ৰস্তুত কৰি থকা পৰ্যন্ত আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইফালে সূত্ৰৰ খবৰ মতে, পাম্পোৰে বাইপাছৰ ৰাস্তা খোলাৰ কামত ব্যস্ত আছিল নিৰাপত্তাৰক্ষীসহ এটা আৰক্ষীৰ দলটো। উক্ত দলটোলৈ লক্ষ্য কৰিয়ে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰ্বিচাৰে গুলীচালনা কৰি পলায়ন কৰে।

ঘটনাৰ পিছতে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যৌথ বাহিনীয়ে।

উল্লেখ্য যে, জন্মু আৰু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰাপত্তাজনিত কাৰণত যাতায়াত বন্ধ ৰখা হৈছে।

স্মৰ্তব্য যে, বিগত কিছু মাহৰ পৰা সন্ত্ৰাসবাদীয়ে সঘনাই নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে, যাৰ ফলত কেবাজনো নিৰাপত্তাৰক্ষী ছহিদ হৈছে।

Recent News

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd