• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কংগ্ৰছী বিধায়ক ইনামূল হকৰ জামিন আবেদন নাকচ তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
October 22, 2019 7:38 pm
Enamul-Haque-Laskar

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কংগ্ৰেছ শাসনকালত সংঘটিত বহু কোটি টকীয়া জলসিঞ্চন বিভাগৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোমবাৰে গুৱাহাটীত অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক মঙলবাৰে তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয়।

আদালতে লস্কৰৰ জামিন আবেদন নাকচ কৰাৰ লগতে তেওঁক দুদিনৰ বাবে অপৰাধ অনুসন্ধান বিভাগে নিজৰ জিম্মাত লয়।

Apply Now

২০১২ চনৰ ২৬ নৱেম্বৰত জলসিঞ্চন বিভাগৰ মাথুৰ চন্দ্ৰ নাথ নামৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কাৰীয়ে আত্মহত্যা কৰিছিল।

২২ পৃষ্ঠাৰ চুইচাইড নোটত কৰ্মচাৰী গৰাকীয়ে তেওঁক বিধায়ক লস্কৰে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত খৰছ কৰাৰ বাবে বিভাগটোৰ ঠিকাদাৰ সকলৰ পৰা বৃহৎ পৰিমাণত ধন সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছিল বুলি অভিযোগ উত্থাপন কৰি গৈছিল।

উক্ত আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীৰ বিপক্ষে তেজপুৰ আৰক্ষী থানাত ১৬৫১/২০১২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল।

পৰৱৰ্তী সময়ত গোচৰটো অপৰাধ অনুসন্ধান শাখাৰ হাতলৈ হস্তান্তৰ কৰা হয়।

উল্লেখযোগ্য যে, সোমবাৰে লস্কৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেজপুৰ আৰক্ষী মুখ্য কাৰ্য্যালয়লৈ লৈ যোৱা হয় আৰু বিষয়টো সন্দৰ্ভত সোধ-পোচ কৰা হয়।

মাথুৰ চন্দ্ৰ নাথৰ চুইচাইড নোটত প্ৰাক্তন বিধায়ক লস্কৰৰ উপৰিও অন্য পাঁচগৰাকী লোকৰ নাম ক্ৰমে অতুল ভাগৱতী, ধীৰেণ ডেকা, ত্ৰৈলক্য মোহন কলিতা, দিলীপ দাস আৰু ৰিতুপৰ্ণাৰ লগতে তিনিজন আত্মসমৰ্পনকাৰী এন ডি এফ বি সদস্যৰ নাম উল্লেখ কৰা আছিল।

আনহাতে, প্ৰাক্তন কংগ্ৰেছী বিধায়ক লস্কৰে কেলেংকাৰীৰ সৈতে তেওঁ জড়িত থকা অভিযোগ মিছা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

প্ৰয়াত মাথুৰ চন্দ্ৰ নাথৰ পৰিয়ালে প্ৰাক্তন বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰক আদৰণি জনায় এইক্ষেত্ৰত ন্যায়ালয়ে উচিত ন্যায় প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd