• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

এন ই নাউ নিউজ, গুৱাহাটী by এন ই নাউ নিউজ, গুৱাহাটী
March 4, 2025 6:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম আগশাৰীৰ কেন্দ্ৰীয় উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে(TU) ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিশ্ববিদ্যালয় খনৰ অধীনত প্ৰদান কৰা স্নাতক, স্নাতকোত্তৰ, পিএইচডি, ডিপ্লমা আৰু অন্যান্য পাঠ্যক্ৰম সমূহৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আবেদন কৰিব পাৰিব।

ৰাষ্ট্ৰীয় শিক্ষানীতি(NEP) ২০২০ৰ প্ৰস্তাৱ অনুসৰি বিশ্ববিদ্যালয়খনত বৰ্তমান সময়ত ৮০টা পাঠ্যক্ৰম প্ৰদান কৰা হৈছে, পাঠ্যক্ৰম সমূহত ৰাষ্ট্রীয় শিক্ষা নীতিৰ নিৰ্দেশনা আৰু সুযোগ সুবিধা সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

বিজ্ঞান, অভিযান্ত্ৰিক, মানৱিকী আৰু সমাজ বিজ্ঞান, পৰিচালন বিজ্ঞানৰ দৰে বহুতো শাখাত আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰম বাছনি কৰিব পাৰিব। পাঠ্যক্ৰমৰ সবিশেষ বিৱৰণ, অৰ্হতা আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পৰ্কে অধিক তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰোৱা হৈছে। (https://www.tezu.ernet.in/academic/admission2025/)

তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা(TUEE), গেট-বি, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ Common University Entrance Test (CUET-2025), জেইই-মেইনছ, Common Entrance Examination for Design (CEED), UG- National Institute of Design (NID) Design Aptitude Test (DAT), The Undergraduate Common Entrance Examination for Design (UCEED) আদিৰ প্ৰৱেশ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিব। ইয়াৰোপৰি, ৰাষ্ট্রীয় যোগ্যতা পৰীক্ষা (NET),ৰাজ্যিক যোগ্যতা পৰীক্ষা (SLET), আৰু Graduate Aptitude Test in Engineering (GATE)ৰ নম্বৰৰ ভিত্তিতো ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰা হ’ব।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ অনলাইন আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২০২৫ চনৰ ৩০ এপ্ৰিল। তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (TUEE) ২০২৫ চনৰ ৬-৮ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই নামভৰ্তি প্ৰক্ৰিয়াই ছাত্ৰ-ছাত্ৰীসকলক এক বৃত্তিমুখী, বহুমুখী আৰু গতিশীল শিক্ষাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এন ই নাউ নিউজ, গুৱাহাটী

এন ই নাউ নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd