• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপ্ৰতিৰোধ্য বিজয়! কংগ্ৰেছ আৰু বাওঁদলৰ সমৰ্থনেৰে ১১৯ বিধায়ক লগত লৈ চৰকাৰ গঠন কৰিবলৈ সাজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 5:34 pm
152
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অভিনেতা বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগাম চমুকৈ টিভিকি এতিয়া চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। যোৱা চাৰিদিন ধৰি চলি থকা তীব্ৰ ৰাজনৈতিক অচলাৱস্থাৰ অন্তত শুকুৰবাৰে সন্ধিয়া বিজয়ৰ চেন্নাইৰ বাসগৃহৰ সন্মুখত সমৰ্থকসকলে উল্লাস প্ৰদৰ্শন কৰে।

সূত্ৰৰ খবৰ অনুসৰি অহা বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা বিজয়ে লাভ কৰিছে আৰু আজি সন্ধিয়া তেওঁ ৰাজ্যপাল আৰ ভি আৰলেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে।

Apply Now

চলিত নিৰ্বাচনত বিজয়ৰ দলে ২৩৪ খন আসনৰ ভিতৰত ১০৮ খন আসন লাভ কৰি যোৱা ৬২ বছৰ ধৰি তামিলনাডুৰ বুকুত চলি থকা ডিএমকে আৰু এআইএডিএমকেৰ আধিপত্য ভংগ কৰিবলৈ সক্ষম হয়। অৱশ্যে নিৰ্বাচনৰ ফলাফলত ১০৮ খন আসন লাভ কৰিলেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা ১১৮ খন আসনৰ সংখ্যা বিজয়ৰ ওচৰত নাছিল। ইয়াৰ বাবেই ৰাজ্যপালে তেওঁক একক সংখ্যাগৰিষ্ঠতা প্ৰমাণ নকৰা পৰ্যন্ত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা নাছিল। বিগত দুদিন ধৰি ৰাজ্যপালৰ সৈতে বিজয়ৰ বৈঠক চলিছিল যদিও ৰাজ্যপালে বিধায়কৰ সমৰ্থন পত্ৰ অবিহনে অনুমতি দিয়াৰ পৰা বিৰত আছিল।

বিজয়ৰ এই যাত্ৰাত এতিয়া কংগ্ৰেছ আৰু আন কেইবাটাও দলে সহায়ৰ হাত আগবঢ়াইছে। ডিএমকেৰ সৈতে থকা পুৰণি মিত্ৰতা ছেদ কৰি কংগ্ৰেছে বিজয়ক ৫ জন বিধায়কৰ সমৰ্থন আগবঢ়াইছে। অৱশ্যে ইয়াৰ বিনিময়ত বিজয়ে কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰাৰ চৰ্ত আৰোপ কৰিছে। ইয়াৰ উপৰি ভিচিকি, চিপিআই আৰু চিপিআইএম দৰে দলসমূহেও বিজয়ক সমৰ্থন দিয়াৰ কথা প্ৰকাশ কৰিছে। প্ৰতিটো দলে দুখনকৈ আসন লাভ কৰি মুঠ ৬ খন আসনৰ সমৰ্থন পত্ৰ ইতিমধ্যে জমা দিছে। ইয়াৰ বিনিময়ত এই দলসমূহৰ প্ৰতিটোৱে নতুন কেবিনেটত এটাকৈ মন্ত্ৰী পদ লাভ কৰাৰ সম্ভাৱনা আছে।

বৰ্তমান ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ এজন আৰু টিটিভি ধিনাকৰণৰ দলৰ এজন বিধায়কৰ সমৰ্থন লাভ কৰাৰ পিছত বিজয়ৰ শক্তি এতিয়া ১২১ লৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ দুই শক্তিশালী দল ডিএমকে আৰু এআইএডিএমকেৰ মাজত মিত্ৰতা হ’ব পাৰে বুলি যি চৰ্চা চলিছিল সেয়া অৱশেষত বাস্তৱত পৰিণত নহ’ল। দুয়োটা দলৰ আদৰ্শগত পাৰ্থক্যৰ বাবে এই তথাকথিত অপবিত্ৰ মিত্ৰতা সম্ভৱ নহ’ল বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে। এই সমগ্ৰ ঘটনাক্ৰমে তামিলনাডুৰ ৰাজনীতিত এতিয়া এক নতুন যুগৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd