• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ চাপত নতশিৰ নহয়! বিজেপিৰ লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান বিজয়ৰ; অকলেই যুঁজিব নিৰ্বাচনত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 23, 2026 12:47 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰিত্ব, আধা আসন – বিজেপিয়ে থালাপতি বিজয়ক মিত্ৰতালৈ আনিবলৈ এটাৰ পিছত এটাকৈ লোভনীয় প্ৰস্তাৱ দিছিল। কিন্তু থালাপতি বিজয়ে গেৰুৱা শিবিৰ পছন্দ নহ’ল। ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত তেওঁ ‘অকলে চলা’ নীতি বাছি ল’লে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে। মন কৰিবলগীয়া যে বিজয়ৰ দল টিভিকে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।

Apply Now

অহা মাহত তামিলনাডুত বিধানসভা নিৰ্বাচন। পুডুচেৰীতো ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গেৰুৱা শিবিৰে দাক্ষিণাত্যৰ এই দুখন বিধানসভাত বিজয় সাৱ্যস্ত কৰিবলৈ বিজয়ক লগত আনিবলৈ প্ৰবল চেষ্টা কৰিছিল।

সূত্ৰ অনুসৰি নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে বিজেপিয়ে উপ-মুখ্যমন্ত্ৰীৰ পদ আৰু ২৩৪খন আসনৰ ভিতৰত ৮০খন বিজয়ক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতে আধাখিনি সময় বিজয় মুখ্যমন্ত্রী হ’ব বুলি প্রস্তাৱ দিয়া হ’ল৷ ৫০ শতাংশ আসন ত্যাগ কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। কিন্তু কোনো কথাতে কাম নিসিজিল।

কিছুদিন পূৰ্বে বিজয়ে এটা অনুষ্ঠানত স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁ কোনো মিত্ৰতাত যোগ দিবলৈ যোৱা নাই। তেওঁৰ মতে, “আমি ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ পক্ষত। গতিকে আমি কেতিয়াও কাৰো সৈতে আপোচ নকৰো।” তেওঁ লগতে কয় যে, “বহুতে এই খবৰ বিয়পাইছে যে মই তেওঁলোকৰ মিত্ৰতাত যোগ দিম। কিন্তু মোক চম্ভালিব পৰাটো তেওঁলোকৰ কাম নহয়।”

অৱশ্যে শেষ মুহূৰ্তত বহু লোকৰ মনত আশংকা আছিল যে ছুপাৰষ্টাৰগৰাকীয়ে দলত যোগদান কৰিব নেকি। কিন্তু সেয়া নহ’ল। বিজয়ৰ দলে পুডুচেৰীৰ আটাইকেইখন (৩০খন) আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ধাৰণা কৰা হৈছে যে টিভিকেই অকলেই তামিলনাডুৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব।

দৰাচলতে বিজয়ৰ দলটোৱে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত প্ৰৱেশ কৰিছে। কিন্তু কম সময়ৰ ভিতৰতে টিভিকে তামিলনাডুবাসীৰ মনত স্থান দখল কৰিছে। গেৰুৱা শিবিৰে বিজয়ৰ আকাশলংঘী জনপ্ৰিয়তাক নিজৰ বেলট বাকচলৈ আনিব বিচাৰিছিল। গেৰুৱা শিবিৰৰ মতে বিজয়ৰ সমৰ্থকৰ কমেও দুই শতাংশ ভোট বিজেপিলৈ গ’লেও তামিলনাডুৰ নিৰ্বাচনী ছবি সলনি হ’ব। সেইবাবেই ছুপাৰষ্টাৰৰ সন্মুখত এটা অতি লোভনীয় প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ নাকচ কৰিলে।

বিশ্লেষকসকলে কয় যে বিজয়ৰ এই পদক্ষেপে তামিলনাডুত তেওঁৰ জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা আৰু অধিক বৃদ্ধি কৰিবলৈ আগবাঢ়িছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd