DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন: মেৰবিল নাহৰকটীয়া সমষ্টি জাতীয় পৰিষদক এৰি দিলে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2021 5:53 pm
Congress and AJP
144
VIEWS
Share on FacebookShare on Twitter

অহা ২০ জানুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হ’ব।

সেই সূত্ৰে নিৰ্বাচনত এখন আসন জাতীয় পৰিষদক এৰি দিছে কংগ্ৰেছে। আজি প্ৰকাশ কৰা এক দলীয় বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে মুঠ ২২ জনীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি ২১ জনীয়া পাৰ্থীত্বৰ তালিকা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটী আৰু নাহৰকটীয়া ব্লক কংগ্ৰেছ কমিটীৰ পৰামৰ্শৰ ভিত্তিত প্ৰদেশ কংগ্ৰেছে মেৰবিল নাহৰকটীয়া সমষ্টিৰ আসনখন অসম জাতীয় পৰিষদক এৰি দিয়ে।

Recent News

Bhima Koregaon Case Varavara Rao

ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত ভাৰভাৰা ৰাওক জামিন উচ্চতম ন্যায়ালয়ৰ

Explosives Recovery In Pulwama

কূটাঘাতৰ পৰিকল্পনা! দিৱসৰ প্ৰাকক্ষণত পুলৱামাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

Thief

ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দেৱী মূৰ্তিৰ সমুখত সেৱা জনাই লুটি নিলে সকলো

Encounter in Jammu-Kashmir

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ অভিযান: আবদ্ধ তিনি সন্ত্ৰাসবাদী সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd