• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰপূজীয়াত ‘৪২ৰ স্বাধীনতা আন্দোলনৰ দুই শ্বহীদ হেমৰাম পাটৰ-গুণাভিৰাম বৰদলৈক স্মৰণ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 27, 2024 6:15 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত সমগ্ৰ দেশজুৰি ব্যাপক প্ৰভাৱ পৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ গাঁৱে ভূঁঞে বিদ্ৰোহৰ অগনি জ্বলি উঠিছিল। সেই বছৰৰে ২৬আগষ্টৰ নিশা নগাঁও জিলাৰ বাৰপূজীয়াৰ হেমৰাম পাতৰ আৰু গুণাভিৰাম বৰদলৈয়ে ৰহা থানাৰ অন্তৰ্গত জোঙাল বলহু গড়ৰ সমীপত তহলদাৰী বৃটিছ সৈনিকৰ নিৰ্বিচাৰ গুলীচালনাাত প্ৰাণ আহুতি দিছিল আৰু তাৰ দুদিন পাছত অৰ্থাৎ ২৮ আগষ্টৰ নিশা বাৰপূজীয়া তিনিআলিৰ পহৰাৰ দায়িত্বত থকা বাৰপূজীয়াৰ নিজমিকিৰ গাঁৱৰ পাহুৱাল ডেকা বীৰ তিলক ডেকাই কৰ্তব্যৰত অৱস্থাত থাকোঁতেই তহলদাৰী বৃটিছ সেনাই গছত বান্ধি শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল।

উক্ত তিনি গৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত অঞ্চলৰ ৰাইজে অতি শ্ৰদ্ধা ভক্তিৰে তেতিয়াৰ পৰাই দুয়োটা দিন “শ্বহীদ দিৱস” হিচাপে উদযাপন কৰি আহিছে। দেশ স্বাধীন হোৱাৰ পাছত এই শ্বহীদ দিৱস উদযাপনত প্ৰশাসনেও সহযোগিতা আগবঢ়াই আহিছে ।

Apply Now

এইবছৰো শ্বহীদ দিৱসটি সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা হেমৰাম পাতৰৰ আবক্ষ মূৰ্তিৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু আৱক্ষ মূৰ্তিত মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে প্ৰনৱ মছৰঙে। ইপিনে গুণাভিৰাম বৰদলৈৰ আৱক্ষ মূৰ্তিৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বলো ডেকা ৰজাই ।

অঞ্চলৰ সকলো ৰাইজ,সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিত তিনিগৰাকী বীৰ শ্বহীদৰ মৃত্যুৰ স্থিৰ দৃশ্যপট  কুমুদ চন্দ্ৰ বৰদলৈ পৰিচালনাত মৌন কলা নিকেতনে প্ৰদৰ্শন কৰি অতীত স্মৃতি জীৱন্ত ৰূপত দাঙি ধৰে। ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন কৰা হয়।

উদ্যোক্তা সমিতিৰ সভাপতি শালিনী পৰাশৰ(খণ্ড উন্নয়ন বিষয়া), কাৰ্যকৰী সভাপতি টুলটুল ডেকা, সম্পাদক হৰেশ্বৰ পাতেৰে আজিৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক ২৮আগষ্টৰ কাৰ্যসূচীতো সকলোৰে সহযোগিতা কামনা কৰে ।

ঋতু পৰ্ণ শৰ্মা

ঋতু পৰ্ণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd