• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত বিশিষ্ট সাহিত্যিক তৰুণ চন্দ্র পামে গামৰ মৃত্যু তিথি পালন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 30, 2018 8:02 pm
208
VIEWS
Share on FacebookShare on Twitter

বােকাখাত বাংকে মিচিং আগম কেবাঙৰ উদ্যোগত বিশিষ্ট সাহিত্যিক তৰুণ চন্দ্র পামে গামৰ ৩৫ সংখ্যক মৃত্যু তিথি স্মৃতি দিৱস হিচাপে আজি বোকাখাতৰ উদয় নগৰত পালন কৰা হয়।

এই উপলক্ষে আয়োজিত সভাত পৌৰোহিত্য কৰে বাংকে আগম কেবাঙ বোকাখাতৰ সভাপতি মিনতি দলেয়ে। সভাৰ উদ্দেশ্য বাখ্যা কৰে কেবাঙৰ সম্পাদক ধর্মিন্দৰ দলেয়ে।

অনুষ্ঠানত সাহিত্যিকগৰাকীক স্মৰণ কৰি প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে সভানেত্রী মিনতি দলেয়ে আৰু স্মৃতি তর্পন কৰে কাৰ্যকৰী সভাপতি গােবিন দলে আৰু  উপদেষ্টা কনক মৰাঙে।

ইয়াৰ পিছতে উপস্থিত সকলাে সদস্যই পুস্পাঞ্জলি অর্পণ কৰে আৰু এক মিনিট মৌন প্রার্থনা কৰে। পৰৱৰ্তী সময়ত অনুষ্ঠিত  স্মৃতিচাৰণ সভাত বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন দর্শন আৰু ৰচনাৱলীৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰাৰ লগতে তেওঁৰ দ্বাৰা ৰচিত গীত, সাধু কথা আৰু কবিতা পাঠ কৰা হয়।

উক্ত আলােচনাত অংশ গ্রহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা আগম কেবাঙৰ প্ৰাক্তন কেন্দ্রীয় সদস্য গােবিন দলে, বােকাখাত বাংকে মিচিং আগম কেবাঙৰ সভানেত্রী মিনতি দলে, অৱসৰপ্ৰাপ্ত শিক্ষক কনক মৰাং, ধর্মিন্দৰ দলে, বিমল দলে, অৱনি বড়ি, ৰেৱ কার্ডং, বিজু পেগু, তপন কুটুম, কমল পাটগিৰি, ভৰত কুটুম, মনিকান্ত কুটুম আৰু বিৰেণ কুটুমে ।

উক্ত সভাত তৰুণ চন্দ্র পামে গামৰ ইতিমধ্যে প্রকাশিত ৰচনাৱলীৰ পৰা সংগৃহিত গীত, কবিতা, সাধু কথাৰ এখনি গ্রন্থ আগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা বােকাখাত বাংকে মিচিং আগম কেবাঙৰ ৰূপালী জয়ন্তীত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

এই অনুষ্ঠানতে ৰূপালী জয়ন্তীৰ সাংগঠনিক দিশৰ ওপৰতাে আলােচনা কৰা হয়। আলােচনাৰ অন্তত এটি সঁজাতি দলে বােকাখাতৰ স্থানীয় বিধায়ক তথা অসম কেবিনেট মন্ত্রী অতুল বৰাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি ৰূপালী জয়ন্তীৰ উদযাপনৰ ওপৰতো আলােচনা কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd