• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত দিল্লী চৰকাৰৰ উন্নয়নৰ মডেল প্ৰৱৰ্তনৰ লক্ষ্য ‘আপ’ৰ

মৰিয়নিত আপৰ সভাত মনোজ ধানোৱাৰে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 20, 2024 5:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 “অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া কংগ্ৰেছ শাসনৰ অভিজ্ঞতা আছে। বিগত দিনত ৰাইজে বিজেপিকো শাসনত অধিষ্ঠিত কৰিছে। কিন্তু ৰাইজে আশা কৰা অনুসৰি উন্নয়ন হোৱা নাই। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা পৰা বঞ্চিত হৈছে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা পুতৌজনক। বৰ্তমানৰ চৰকাৰৰ দিনত ৮ হাজাৰতকৈ অধিক চৰকাৰী স্কুল বন্ধ হৈছে। পঞ্চায়তৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সেইবাবেই ৰাইজে আজি আম আদমী পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে। দিল্লী আৰু পঞ্জাৱত আপৰ চৰকাৰৰ উন্নয়নৰ মডেল আমি অসমতো প্ৰৱৰ্তনৰ পোষকতা কৰিছোঁ। ” আজি যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ শিলিখা চাহ বাগিচা প্ৰেক্ষাগৃহত আম আদমি পাৰ্টীৰ এখন যোগদান সভাত উপস্থিত থাকি এইদৰে কয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

আপৰ নেতা দিব্যজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত হৰিদাস বাউৰী আৰু মহাবীৰ বাস্কেৰ তৎপৰতাত তিনি শতাধিক লোকে আপত যোগদান কৰে ৷ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হাতত ঝাড়ু লৈ সকলোকে গাঁৱে গাঁৱে, পঞ্চায়তে পঞ্চায়ত সোমাই যাবলৈ আহ্বান জনায় ৷

Apply Now

ধানোৱাৰে কয়, আম আদমি পাৰ্টীৰ ঝাড়ুয়েহে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি দলৰ চৰকাৰে এৰি যোৱা লেতেৰাবোৰ নিকা কৰিব পাৰিব ৷ সভাত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দল সলনা সলনিকৈ ক্ষমতালৈ আহিবৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু এই দুটা দলৰ চৰকাৰ শাসনত থাকিলে ৰাইজৰ মৌলিক সমস্যা সমাধান নহয় ৷ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হ’লেহে ৰাইজ সমস্যাৰ পৰা মুক্ত হ’ব বুলি তেখেতে বক্তব্যত প্ৰকাশ কৰে ৷ আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমুহ আপৰ দখললৈ আনিবৰ বাবে দলক আঁকোৱালি ল’বলৈ তেখেতে ৰাইজক আহ্বান জনায় ৷

২০২৬ ৰ নিৰ্বাচনত মৰিয়নি বিধানসভা সমষ্টিৰ পৰা যাতে আপৰ বিধায়ক নিৰ্বাচিত কৰি পথাব পাৰি তাৰ বাবে তেখেতে ৰাইজৰ আৰ্শীবাদ বিচাৰে ৷ সভাত আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতীয়া, আপৰ নেতা সূৰ্যমোহন দাস, ছাহিল হাজৰিকা, নিজু দিহিঙ্গীয়া, পল্লৱ শইকীয়া, সুদীপ্ত ছেও, উদয় বৰা আদি উপস্থিত আছিল ৷ সভাৰ আৰম্ভণিতে অঞ্চলটোৰ স্থানীয় যুৱক – যুৱতীসকলে ছাওৰা আৰু উৰিয়া নৃত্য প্ৰদৰ্শন কৰে ৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd