• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোণিতপুৰ, ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীক সমৰ্থন কৰক : কংগ্ৰেছক বাৰম্বাৰ আহ্বান আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 17, 2024 3:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে চাৰিখনকৈ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী ৰণলৈ সাজু হৈছে আম আদমী পাৰ্টি। 

দেওবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়- আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ মুঠ ২২ টা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দিতা কৰিব।  দিল্লীত ৪ খন, পঞ্জাবত ১৩ খন, গুজৰাটত ২ খন, অসমত ২ খন আৰু হাৰিয়ানাত ১ খন আসনত দলে প্ৰতিদ্বন্দিতা কৰিব। 

Apply Now

অসমত পূৰ্বে ৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও দলৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্ত মৰ্মে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে। 

আপে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সফলতা লাভ কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব। সংবাদমেলত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দুটা সমষ্টিত আপৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ পুনৰ কংগ্ৰেছ নেতৃত্বক আহ্বান জনায়।  

বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি বিজেপিক পৰাজিত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনায় ডেকাৰজাই । 

ইতিমধ্যে আম আদমী পাৰ্টিয়ে বিজেপিৰ স্বৈৰতান্ত্ৰিক শাসনৰ বিৰুদ্ধে উন্নয়নৰ সপক্ষে দেশৰ জনসাধাৰণক ৰায় দিবলৈ ব্যাপক প্ৰচাৰাভিযান আৰম্ভ কৰিছে। শেহতীয়া ভাৱে আদালতৰ মজিয়াত ইলেক্টৰেল বণ্ডৰ তথ্য উন্মোচনৰ জৰিয়তে বিজেপিয়ে সংঘটিত কৰা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ফাদিল হৈছে। স্বাধীন ভাৰতৰ সৰ্ববৃহৎ বিত্তীয় অনিয়ম এই চৰকাৰেই সংঘটিত কৰিছে। সেয়েহে অনাগত দিনত বিজেপি দলৰ দুৰ্নীতি মুক্ত শাসন আৰু উন্নয়নৰ নামত দিয়া ভুৱা প্ৰতিশ্ৰুতিত ৰাইজক ভোল নাযাবলৈ আপৰ নেত্ৰী গৰাকীয়ে আহ্বান জনায়। 

দেশবাসীৰ স্বাৰ্থত উন্নয়নৰ সপক্ষে আপক সমৰ্থন জনাবলৈ সংবাদ মেলত আহ্বান জনায় দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । 

আনহাতে, অসমবাসীৰ গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলনক ভ্ৰুক্ষেপ নকৰি ৰাজ্যখনত ‘কা’ বলবৎ কৰাৰ বিৰুদ্ধেও সৰৱ হয় আপ, অসমৰ নেত্ৰীগৰাকী। ‘কা’ বলবৎ কৰাৰ ফলত অসমীয়া ভাষা, সংস্কৃতি সংকটগ্ৰস্ত হ’ব। চৰকাৰৰ এই  অবিবেচক আৰু অগণতান্ত্ৰিক কাণ্ডৰ বিৰুদ্ধে ভোটৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীলৈ আহ্বান জনায় আম আদমী পাৰ্টিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd