• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন : আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2020 1:27 pm
আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈ

আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একাংশ সংবাদ মাধ্যমত PMAY ৰ হিতাধিকাৰীৰ পৰা পইচা লোৱা আৰু এই সংক্ৰান্তত গোচৰ ৰুজু হোৱা বুলি ওলাই থকা খবৰ ভিত্তিহীন বুলি মন্তব্য কৰিছে চিচৰবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈয়ে।

ভুৱা বাতৰি সম্প্ৰচাৰিত হৈ থকা প্ৰসংগত তেওঁ কয়, ‍‘দুটামান সংবাদ মাধ্যমত আমাৰ গাঁৱৰ এজন যুৱকৰ লগতে দুগৰাকীমান মহিলাই অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ পৰা মই আৰু মোৰ স্বামীয়ে PMAY ঘৰ দিয়াৰ বাবদ ৮ পৰা ১০ হাজাৰ টকাকৈ লৈছে৷ এইয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন’৷

Apply Now

মোৰ আৰু মোৰ স্বামীৰ বিৰুদ্ধে এইয়া আক্ৰোশ আৰু চক্ৰান্তমূলক নীতি লোৱা বুলি মন্তব্য কৰি পঞ্চায়তৰ দুই এজন লোকে ব্যক্তিগত আষেজ পূৰণৰ বাবে গাঁৱৰ দুগৰাকীমান দুখীয়া মহিলাক প্ৰৰোচিত কৰি মোক দুৰ্নীতিপৰায়ণ সজাবলৈ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰে৷

‘প্ৰকৃত হিতাধিকাৰীয়ে তেওঁলোকৰ নামত অহা ঘৰ লাভ কৰিবই৷ ইয়াত পইচা লোৱাৰ কথা আহিবই নোৱাৰে৷ লগতে হিতাধিকাৰী সকলক কোনেও বঞ্চিত কৰিবও নোৱাৰে’, এইদৰে কয় সভানেত্ৰী গগৈয়ে।

ইয়াৰ উপৰি দুখীয়া লোকৰ পৰা হাজাৰ হাজাৰ টকা লৈ লাখে লাখে টকা ঘটি দুখনকৈ গাড়ী লোৱা বুলি একাংশই প্ৰচাৰ চলোৱা সন্দৰ্ভত কয় যে মই বা মোৰ স্বামীয়ে কোনো গাড়ী লোৱা নাই৷ যাৰ বাবে এই সমস্ত বাৰিষা বৰষুণৰ মাজতে পঞ্চায়তৰ অফিচ, চিলাপথাৰ, ধেমাজিলৈ দিনে অহা-যোৱা কৰাৰ একমাত্ৰ আহিলা হৈছে মোৰ স্বামীয়ে ২০১৮ চনত লোৱা মটৰ চাইকেলখন।

যি দুখন গাড়ীৰ কথা একাংশই লোৱা বুলি মন্তব্য কৰিছে সেয়া তেওঁলোকৰ নহয় বুলিও মন্তব্য কৰিছে সভানেত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়, ‘এখন দাদা দ্বীজেন গগৈৰ পুত্ৰ বিপ্লৱ গগৈয়ে লৈছে আৰু এখন বাইদেউ জ্যোতিৰূপা গগৈৰ৷ এই গাড়ীৰ সৈতে মোৰ আৰু মোৰ স্বামীৰ কোনো সম্পৰ্ক নাই’৷

সভানেত্ৰী গৰাকীয়ে তেওঁ আৰু তেওঁৰ স্বামীয়ে হিতাধিকাৰী বা পঞ্চায়তৰ কোনো লোকৰ পৰা পইচা লোৱাৰ যদি কিবা প্ৰমাণ কাৰোবাৰ লগত আছে তেন্তে তেওঁলোকে আইনৰ কাষ চাপি তেওঁলোকক দোষী সাব্যস্ত কৰিবলৈ প্ৰত্যাহ্বান জনায়।

‘আইনে যি শাস্তি দিয়ে আমি মানি লবলৈ সাজু আছোঁ৷  কোন সঁচা কোন মিচা নজনাকৈ কেৱল একপক্ষীয়ভাৱে টকা লৈছো বা দুৰ্নীতি কৰিছো বুলি মিছা প্ৰচাৰ নচলাব৷ সেইয়া সংবাদ মাধ্যমেই হওক বা ফেইচবুকতে হওক’, এইদৰে স্পষ্টিকৰণ দিয়ে সভানেত্ৰী গগৈয়ে।

দুই এজন লোকে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ ওপৰত ভিত্তি কৰি যদি এনেদৰে জনমানসত হেও প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই থাকে তেন্তে সভানেত্ৰী গৰাকীয়ে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে।

ইফালে সভানেত্ৰীগৰাকীয়ে দুৰ্নীতিত লিপ্ত হৈ বা ভয়ত বিজেপি দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চলা অপপ্ৰচাৰ ভিত্তীহীন বুলিও মন্তব্য কৰিছে।

বিজেপিত যোগদান সন্দৰ্ভত তেওঁ কয়, ‍‘আমাৰ পিছপৰা আমগুৰি পঞ্চায়তৰ যাতে আৰু অধিক উন্নয়ন সাধন কৰিব পাৰোঁ সেই উদ্দেশ্য লৈহে যোগদান কৰিছো৷ আৰু সেইয়া মোৰ পঞ্চায়তবাসী ৰাইজে আগন্তুক দিনত নিজে দেখা পাব’৷

‘লগতে এই কথাও স্পষ্ট কৰো যে মই বিজেপি দলৰ হেচাত পৰি যোগদান কৰা নাই৷ মোৰ এটা ভিডিঅ’ যি ভাইৰেল হৈছে সেইয়া খঙৰ বশবৰ্তি হৈ কৰা মন্তব্যহে৷ তাৰ বাবে মই দুঃখিত৷ মই কাৰ্য্যভাৰ লোৱাৰ দিন ধৰি মোৰ পঞ্চায়তত বিভিন্ন আঁচনিৰ ক’ত কিমান কাম কৰিছো লগতে আগন্তুক দিনত কি কি হ’ব সেই সকলো কাম পঞ্চায়তবাসীয়ে নিজ চকুৰে দেখিছে বা দেখিব লগতে ফেইচবুকৰ জৰিয়তেও জনাই যাম’, এইদৰে কয় সভানেত্ৰী গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd