DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিক উৎখাত কৰাৰ সংকল্পৰে সামৰণি বিধেয়ক বিৰোধী মঞ্চৰ ৰাজ্যিক অভিৱৰ্তন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2019 9:41 pm
11-03-19 Guwahati- Forum against Citizenship Amendment Bill meeting (2)

সোমবাৰে গুৱাহাটীত অনুষ্ঠিত নাগৰিকত্ব বিধেয়ক বিৰোধী মঞ্চৰ অভিৱৰ্তন। ফটো : য়ু বি

301
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ ৰাজ্যিক অভিৱৰ্তন সোমবাৰে মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হয়। ‘অসম বচাওঁক, ভাৰত বচাওঁক, বিজেপিক উৎখাত কৰক,’– চৰকাৰবিৰোধী এই শ্লোগানেৰে লক্ষীৰাম বৰুৱা সদনত মঞ্চৰ নেতাসকল সৰৱ হৈ পৰে।

অভিৱৰ্তনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই, শিল্পী লোকনাথ গোস্বামী আৰু জ্যেষ্ঠ অধিবক্তা হাফিজ ৰাছিদ চৌধুৰীৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চই আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ আহ্বান জনাই সকলো বিৰোধী দলকে বিজেপি বিৰোধী ভোট বিভাজন বন্ধ কৰাত গুৰুত্ব আৰোপ কৰে।

সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজহুৱা অভিৱৰ্তনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোঁহাই, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ সঞ্চালনাত পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সেইবোৰ হৈছে, বিজোপি বিৰোধী তথা নাগৰিকত্ব বিধেয়ক বিৰোধী ভোটৰ বিভাজন বন্ধ কৰা, বিৰোধী দলবোৰৰ নিজৰ মাজতে অৰিয়াঅৰি তথা অপ্ৰয়োজনীয় বক্তৱ্য বন্ধ কৰা, বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অসম বচাওঁক, ভাৰত বচাওঁক নামেৰে এখন কমিটি গঠন কৰা, বিজেপিৰ বিৰুদ্ধে এক অভিযোগনামা প্ৰস্তুত কৰা আৰু বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ শক্তিশালী কৰা।

আজিৰ এই ৰাজহুৱা অভিৱৰ্তনখন উদ্বোধন কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোঁহাইয়ে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd