• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীট-ইউজিচি নেট পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ

দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি এনডিএ চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ দৰে কাম কৰিছেঃ ভূপেন বৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় পৰ্যায়ৰ নীট আৰু ইউজিচি নেট পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই নীট পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই অৰ্থাৎ ৪ জুনত কিয় প্ৰকাশ কৰিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে।

Apply Now

তেওঁ কয় যে ৪ জুনত নীটৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিজেপি চৰকাৰে অনিয়ম লুকুৱাই ৰাখিবলৈ অপচেষ্টা চলাইছিল।

”চিকিৎসকসকল হৈছে আমাৰ দেশৰ সম্পদ। দেশবাসীৰ সুস্বাস্থ্য চিকিৎসকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। তৎসত্বেও এনডিএ চৰকাৰে দেশৰ ৫৫ হাজাৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বাছনি কৰা পৰীক্ষাত অনিয়ম সংঘটিত কৰিছে। ইয়াৰ অৰ্থ এয়াই যে চৰকাৰখনে দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিছে। দেশৰ জনতাৰ সৈতে হেতালি খেলা কাৰ্য মানেই হৈছে ৰাষ্ট্ৰদ্ৰোহ। মোদীৰ এনডিএ চৰকাৰখনে ৰাষ্ট্ৰদ্ৰোহিতাৰ দৰে কাৰ্যত লিপ্ত হৈছে।’’-এনডিএ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা পৰিকল্পিতভাৱে যে দুৰ্নীতি কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি বৰাই কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে।

তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে আৰু বিজেপিৰ আমোলত সংঘটিত এনে অনিয়মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বিপন্ন কৰি তুলিছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়া বুলি দাবী কৰা মোদীয়ে কিয় নীটৰ দৰে গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষাটোও ভালকৈ পাতিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উল্লেখ্য যে, ৫ মে’ত ৪,৭৫০ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দুৰ্নীতি গাপ দিয়াৰ বাবে বিজেপিৰ কথা অনুসৰিয়েই নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ এনটিএই ফলাফলৰ নিৰ্ধাৰিত দিন ১৪ জুনৰ পৰিৱৰ্তে ১০ দিন আগতেই ফলাফল ঘোষণা কৰিছিল বুলিও তেওঁ অভিযোগ কৰে। সভাপতি বৰাই এই দুৰ্নীতিৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কৰাৰ বাবে দাবী জনায়।

এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ববিতা শৰ্মাকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভাষণ প্ৰদান কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ শাসকীয় এনডিএ চৰকাৰে ক’ৰ পৰা অধিকাৰ পালে বুলি তীব্ৰ সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd