• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেজৰিৱাল আউট, বিজেপি ইন! ২৭ বছৰৰ পিছত দিল্লীত চৰকাৰ গঠনৰ দিশে ভাৰতীয় জনতা পাৰ্টি

by
February 8, 2025 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গণনা। এই গণনাত বহু পিছ পৰি আছে শাসকীয় আম আদমী পাৰ্টি। তাৰ পৰিবৰ্তে আগবাঢ়ি আছে বিজেপি। এই পৰ্যন্ত যি গণনা হৈছে তাৰ পৰা অনুমান কৰিব পাৰি যে বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ পথত আগবাঢ়িছে।

উল্লেখ্য যে দিল্লীত ক্ষমতা দখল কৰিবলৈ কোনো দলক ৩৬খন আসনৰ প্ৰয়োজন।

Apply Now

শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভোটগণনা। এই প্ৰতিবেদন লিখাৰ সময়লৈকে গণনা অনুসৰি ৪৬খন আসনত বিজেপি আৰু ২৬খন আসনত আপ আগবাঢ়ি আছে।

আম আদমী পাৰ্টিৰ কেইবাজনো শীৰ্ষ নেতা এই গণনাত পিছ পৰি আছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী, প্ৰাক্তন মন্ত্ৰী মনীষ চিছ’দিয়া আদি।

নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী পৰ্বেশ ভাৰ্মাৰ পিছত আছে অৰবিন্দ কেজৰিৱাল। বৰ্তমান তেওঁ ৭৪টা ভোটত পিছ পৰি আছে।

আনহাতে, জাংপুৰাৰ আসনত পিছ পৰি আছে দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়া। কলকাজী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিদুৰীৰ লগত পিছ পৰি আছে বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। ওখলা সমষ্টিত পিছ পৰি আছে দুবাৰৰ আপৰ বিধায়ক অমনাতুল্লাহ খান।

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিত যোগদান কৰা আবোধ ওঝা প্ৰতাপগঞ্জৰ আসনত পিছ পৰি আছে। মালভিয়া নগৰ সমষ্টিত পিছ পৰি আছে আপৰ সোমনাথ ভাৰতী।

আনহাতে, বৃহত্তৰ কৈলাশ সমষ্টিত আগবাঢ়ি আছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ। বাবৰপুৰ সমষ্টিত আগবাঢ়ি আছে আপৰ গোপাল ৰায়। ৰাজিন্দৰ নগৰ সমষ্টিত আগবাঢ়ি আছে আপৰ দুৰ্গেশ পাঠক।

কাৰৱাল নগৰ সমষ্টিত বিজেপিৰ কপিল মিশ্ৰই ৩১০৯টা ভোটত আগবাঢ়ি আছে।

তৃণগৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ তিলক ৰাম। তেওঁ ৩৩৭৩টা ভোটত আগবাঢ়ি আছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd