• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধ হ’ল দেশৰ সবাটোকৈ ডাঙৰ চাইকেল নিৰ্মাণ প্ৰতিষ্ঠান ‍‘আটলছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 10:49 am
46.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰসিদ্ধ চাইকেল কোম্পানি আটলছে তেওঁলোকৰ সকলোতকৈ ডাঙৰ কাৰখানাটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে। ইয়াৰ ফলত এতিয়া কাৰখানাটোত কৰ্মৰত হাজৰৰো অধিক শ্ৰমিক-কৰ্মচাৰীয়ে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।

কোম্পানিটোৱে আৰ্থিক সংকটত ভুগি কাৰখানাটো বন্ধ কৰি দিয়া বুলি উল্লেখ কৰিছে।

বুধবাৰে আটলছ চাইকেলছ (হাৰিয়ানা) লিমিটেডে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাদস্থিত সবাটোকৈ ডাঙৰ কাৰখানাটোত এখন জাননী জাৰি কৰিছে। জাননীখনৰ জৰিয়তে কোম্পানিয়ে গভীৰ আৰ্থিক সংকটত ভুগি আছে বুলি উল্লেখ কৰে।

জাননীখনত উল্লেখ আছে যে কোম্পানিৰ সকলো পুঁজি খৰচ হৈ গৈছে। কোম্পানিৰ হাতত এতিয়া দৈনিক খৰচৰ বাবেও ধন নাই। আমি এতিয়া কোম্পানি চলাব পৰা অৱস্থাত নাই।

এই সন্দৰ্ভত কৰ্মচাৰী য়ুনিয়নৰ এগৰাকী নেতাই কয় যে এই কাৰখানাটোত হাজাৰৰো অধিক শ্ৰমিকে কাম কৰে। চাহিবাদস্থিত আটলছৰ এই কাৰখানাটো ১৯৮৯ চনৰ পৰা চলি আছিল।

লকডাউনৰ আগতে প্ৰতি মাহে কাৰখানাত ২ লাখ চাইকেল নিৰ্মাণ হৈছিল। এতিয়া এনেদৰে হঠাৎ কাৰখানা বন্ধ হৈ গ’লে শ্ৰমিক-কৰ্মচাৰী সকলৰ ভৱিষ্যত কি হ’ব বুলিও য়ুনিয়নৰ নেতাগৰাকীয়ে  প্ৰশ্ন কৰে।

উল্লেখ্য যে ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়, আৰু সেই দিনটোতে ভাৰতত এটা প্ৰসিদ্ধ চাইকেল কোম্পানি হঠাৎ বন্ধ হৈ পৰাৰ উপক্ৰম ঘটা কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd