• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দলৰ জ্যেষ্ঠ নেতাসকলৰ পৰা প্ৰতিবাদকাৰী কৃষকক বিপথে পৰিচালিত কৰাৰ ‘মন্ত্ৰ’ বিচাৰিলে বিজেপি কৰ্মীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2021 12:18 pm

2 min read

দলৰ জ্যেষ্ঠ নেতাসকলৰ পৰা প্ৰতিবাদকাৰী কৃষকক বিপথে পৰিচালিত কৰাৰ ‘মন্ত্ৰ’ বিচাৰিলে বিজেপি কৰ্মীয়ে
213
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে হাৰিয়ানাৰ এখন দলীয় সভাত বিজেপিৰ এগৰাকী কৰ্মীয়ে প্ৰদান কৰা এটা বক্তব্য চৰ্চিত হৈ পৰিছে।

বিজেপি কৰ্মীজনে সভাখনত জ্যেষ্ঠ নেতাসমূহক সোধে যে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কৃষকসকলক কিদৰে বিপথে পৰিচালিত কৰিব পাৰি।

হাৰিয়ানাৰ গুৰগাঁৱত অনুষ্ঠিত সভাখনত হাৰিয়ানা বিজেপিৰ সভাপতি অ.পি. শংকৰ, ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী সন্দীপ সিং আৰু সাংসদ ব্ৰিজেন্দ্ৰ সিঙো উপস্থিত আছিল।

সভাখনত বিজেপি কৰ্মীজনে প্ৰদান কৰা উক্ত বক্তব্যৰ ভিডিঅ’ ক্লিপছটো টুইটাৰত শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই সকলোৰে দৃষ্টিগোচৰ কৰে।

भाजपा नेता पार्टी अध्यक्ष से केंद्रीय मंत्री व सांसदों के साथ बैठक में किसानों को “बहकाने के मंत्र” माँग रहा है। साफ़ कह रहा है कि आपकी बात सही है कि किसान समझेंगे नहीं बहकाने ही पड़ेंगे।

अन्नदाता व देश के प्रति भाजपा का असली चेहरा यही है।

चुल्लु भर पानी में डूब मरो।#Farmers pic.twitter.com/XXyHETRIBh

— Randeep Singh Surjewala (@rssurjewala) February 22, 2021

বিজেপি কৰ্মীজনে হিন্দীত কোৱা কথাখিনি এনেধৰণৰ- ‘‘সন্মানীয় সভাপতি ডাঙৰীয়া, এইটো ঠিক হোৱা নাই। তেওঁলোকে বুজি পোৱা নাই। আমি তেওঁলোকক বুজাবলৈ বিচাৰিছো, কিন্তু তেওঁলোকক তাৰবাবে বিপথে পৰিচালিত কৰিব, আমাক দুই-চাৰিটামান মন্ত্ৰ শিকাওক যাতে তেওঁলোকক বিপথে পৰিচালিত কৰিব পাৰি।’’

‘‘এয়াই বিজেপিৰ প্ৰকৃত মুখ, যি তেওঁলোকে কৃষকসকলৰ আগত প্ৰদৰ্শন কৰা নাই।’’ কংগ্ৰেছ নেতা সূৰ্যেৱালাই টুইটটোত কয়।

শেহতীয়াকৈ হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত বিজেপিয়ে ৰাজনৈতিক কেম্পেইন সাজু কৰিছে যাতে উক্ত ৰাজ্যসমূহৰ অনাগত বিধানসভা নিৰ্বাচনত কৃষক আন্দোলনটোৱে কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd