• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰম্পৰা! দৰা-কইনাক বিয়াৰ ৩ দিন পিছলৈকে যাব নিদিয়ে টইলেটত

Nenow এন ই নাও নিউজ
গুৱাহাটী , February 25, 2020 6:26 pm

1 min read

পৰম্পৰা! দৰা-কইনাক বিয়াৰ ৩ দিন পিছলৈকে যাব নিদিয়ে টইলেটত
825
VIEWS
Share on FacebookShare on Twitter

বিবাহক লৈ বিভিন্ন ঠাইত বেলেগ বেলেগ পৰম্পৰা দেখা যায়। ইয়াৰে কিছুমান আন ঠাইৰ মানুহৰ বাবে আচহুৱা বা আজৱ যেন লাগে।

ইন্দোনেছিয়াৰ এটা সম্প্ৰদায়ৰ মাজতো আছে এক আচহুৱা ধৰণৰ পৰম্পৰা। দেশখনৰ TDONG বোলা সম্প্ৰদায়টোৱে দৰা-কইনাক বিয়াৰ ৩ দিন পিছলৈকে টইলেটত যাবলৈ নিদিয়ে।

নৱ দম্পতিহালৰ বাবে শৌচ, পেচাৱ দুয়োটাই তিনি দিনলৈ নিষিদ্ধ থাকে। অন্যথা বিবাহৰ পৱিত্ৰতা নষ্ট হয় বুলি তেওঁলোকে বিশ্বাস কৰে।

এই নিয়ম ভংগ হ’লে বিয়াখন তেওঁলোকে অশুভ বুলি ধৰাৰ লগতে বিয়া ভাঙিও আনকি দিয়া হয়।

আনকি এই পৰম্পৰা ভংগই দৰা-কইনাৰ জীৱনলৈয়ো ভাবুকি কঢ়িয়াই আনিব পাৰে।

সম্প্ৰদায়টোৰ বিশ্বাস টইলেটলৈ গ’লে মানুহ পৱিত্ৰ হয় কাৰণ মানুহে তাত এৰি আহে ঋণাত্মক শক্তি।

পৰম্পৰামতে টইলেটৰ পৰা নৱ দম্পতিহাললৈ বেলেগ লোকৰ ঋণাত্মক শক্তি সোমাই আহিব পাৰে।

পৰম্পৰাটো খুব কঠোৰভাৱে পালন কৰা হয়। দৰা-কইনাক সেইকেইদিন খুব কমকৈ খাদ্য আৰু পানী খাবলৈ দিয়া হয়।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd