• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটত স্পষ্ট হ’ল অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ মাহী আইৰ দৃষ্টি : ৰাইজৰ দল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 23, 2024 7:12 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট “এক গাদী ৰক্ষাৰ বাজেট”। এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেৱল আশ্বাস দি বিহাৰক ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে আকৌ এবাৰ উদঙালে কেন্দ্ৰৰ অসমৰ প্ৰতি দেখুৱাই অহা মাহী আইৰ দৃষ্টি। এইদৰে আজি সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা বাজেটক সমালোচনা কৰে ৰাইজৰ দলে।

এক প্ৰেছ বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই কয় যে – বানত বিধ্বস্ত হোৱা অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় বাজেটত এক বিশেষ পুঁজি অসমৰ প্ৰাপ্য আছিল। কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কেৱল আশ্বাসহে আনিবলৈ সক্ষম হ’ল। একেখন বাজেটতে কিন্তু বিহাৰৰ বান সমস্যা মোকাবিলা কৰিবলৈ মোদী চৰকাৰে ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণা কৰিলে। কেন্দ্ৰত চৰকাৰ বৰ্তাই ৰাখিবলৈ মোদীক নীতিশ কুমাৰৰ সমর্থনৰ প্ৰয়োজন। তাৰ বাবেই বিহাৰৰ বাবে বিশেষ ঘোষণা আৰু অসমৰ বাবে কেৱল আশ্বাস।

Apply Now

প্ৰেছ বিবৃতিত ৰাইজৰ দলে অভিযোগ উত্থাপন কৰি কয় যে এয়া গাদী ৰক্ষাৰ বাজেট। বাজেটৰ জৰিয়তে সহযোগী দলৰ চৰকাৰ থকা বিহাৰ আৰু অন্ধ্রপ্রদেশে লাভ কৰিছে বিশেষ সুবিধা। অন্যান্য নিয়মীয়া অনুদানৰ লগতে বান সমস্যাৰ বাবে ১১,৫০০ কোটি টকাৰ উপৰিও বিহাৰে পাইছে গয়াত ঔদ্যোগিক পার্ক, বিহাৰৰ পথ নির্মাণ, পাটনা-পুনিয়া এক্সপ্রেছ বে’, বক্সাৰ-ভাগলপুৰ ঘাইপথৰ নিৰ্মাণকে ধৰি বিহাৰে পাইছে সৰ্বমুঠ ২৬,০০০ কোটি টকাৰ বাজেট অনুদান। তদুপৰি গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দলং। পৰ্যটন ক্ষেত্ৰতো বিহাৰৰ বাবে কৰা হৈছে বহু ঘোষণা।

একেদৰে অন্ধ্রপ্রদেশৰ অমৰাৱতীৰ বাবে ১৫,০০০ কোটি টকা, তিনিখন জিলাৰ বাবে পিছপৰা অঞ্চলৰ অনুদান, পোলাভৰম জলসিঞ্চন প্রকল্পৰ বাবে আর্থিক অনুদান এই বাজেটত ঘোষণা কৰা হৈছে। ৰাইজৰ দলে কয় যে এয়া সহযোগী দলক উপঢৌকন দি মোদী চৰকাৰৰ গাদী ৰক্ষাৰ বাজেট নহয় কি? দুখন ৰাজ্যৰ বাবে বিশেষ ঘোষণা কৰি বাকী ৰাজ্যসমূহক বঞ্চনা কৰি বাজেটৰ ফেডাৰেল বৈশিষ্ট্যও মোদী চৰকাৰে ভংগ কৰিছে বুলি ৰাইজৰ দলে অভিযোগ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd