• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত গোৰ্খা সমাজৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লব লোচন দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 10:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পথত কঠিন প্ৰত্যাহ্বান আহি পৰিছে। বিজেপিৰ বিধায়ক আৰু মন্ত্ৰীয়ে গোৰ্খাসকলৰ সন্দৰ্ভত কৰি অহা অপমানসূচক মন্তব্যৰ বাবেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ইয়াৰ পৰিনাম ভোগ কৰিবলগীয়া হ’ব পাৰে।

ইতিমধ্যে, বিজেপি মন্ত্ৰী-বিধায়ক তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্যত জাঙুৰ খাই উঠা গোৰ্খা সমাজে নিৰ্বাচনত ইয়াৰ পোতক লোৱাৰ ইংগিত দিছে। সেয়ে হ’লে, অকল তেজপুৰেই নহয়, ডিব্ৰুগড়, লখিমপুৰ, মংগলদৈ, নগাঁও, কলিয়াবৰ আদি সমষ্টিটো বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

Apply Now

তেজপুৰ লোকসভা সমষ্টিত প্ৰায় ১ লাখ ৭০ হাজাৰ তথা অসমত প্ৰায় ২৫ লাখ গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ আছে। সমগ্ৰ অসমৰ এই গোৰ্খা সমাজ বৰ্তমান বিজেপিৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে। গোৰ্খাসকলে স্পষ্ট কৰি কৈছে যে আৰ পি শৰ্মাই টিকট পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু টিকটৰ নামত গোৰ্খা জাতিক লৈ যি খেলা কৰা হৈছে সেয়া অত্যন্ত অপমানজনক।

বিজেপিৰ বিধায়কে গোৰ্খা সম্প্ৰদায় নিৰ্বাচনত কোনো ফেক্টৰেই নহয় বুলি কোৱা মন্তব্যত জাঙু খাই উঠা গোৰ্খা সমাজে এইবাৰ নিৰ্বাচনত গোৰ্খাসকল ফেক্টৰ হয় নে নহয় সেয়া দেখুৱাবলৈ সাজু হোৱা বুলিও সকীয়াই দিছে।

অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন সম্পাদক অৰুণ উপাধ্যায়ে বিজেপিৰ বাবেই গোৰ্খাসকলৰ জাতীয় স্বাভিমান আহত হৈছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে গোৰ্খাসকল ‘ঘায়েল’ হৈছে আৰু সেই ‘ঘায়েল’ৰ ট্ৰিটমেণ্ট কেনেদৰে কৰিব পাৰি তেজপুৰ সমষ্টিৰ গোৰ্খাসমাজে এতিয়া তাৰ চিন্তা কৰিছে।

আনহাতে, তেজপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ বিৰুদ্ধে গোৰ্খাসকলে প্ৰচাৰ চলাব। গোৰ্খাসকলৰ প্ৰতি বিজেপিৰ নেতাসকলে কৰা অপমানসূচক মন্তব্যৰ বাবে বিজেপিয়ে গোৰ্খা সমাজৰ ভোট হেৰুৱাব পাৰে।

ইপিনে, গোৰ্খাসকলক হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লোৱা বুলিও গোৰ্খাসকলে আন এক অভিযোগ আনিছে। তেওঁলোকৰ চিধা অভিযোগ যে ২০০৯ চনত মনি কুমাৰ চুব্বাক কংগ্ৰেছে টিকট নিদিয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল কংগ্ৰেছৰ আগশাৰীৰ নেতা আৰু বৰ্তমান ২০১৯ চনতো আৰ পি শৰ্মাৰ টিকট কটাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মুধা ফুটা লীডাৰ।

সমাগত নিৰ্বাচনত বিজেপিৰ পুৰণি সমৰ্থক হিচাপে থকা গোৰ্খাসকলৰ পৰা অহা এই প্ৰত্যাহ্বানৰ দলটোৱে কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd