DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ঘোষ ব্ৰাডাৰ্ছ অটোমবাইলছৰ চাৰিগৰাকী প্ৰম’টাৰ-ডিৰেক্টৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2021 6:54 pm
a-cbi-750x375

প্ৰতিনিধিত্বমূলক ফটো।

342
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ই গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীৰ চাৰিগৰাকী প্ৰম’টাৰ-ডিৰেক্টৰৰ লগতে এগৰাকী চাৰ্টাৰ্ড একাউন্টটেন্ট, অজ্ঞাত বেংক বিষয়া আৰু আন ব্যক্তিৰ বিৰুদ্ধে আইডিবিআই বেংকৰ ১৬৮.৬২ কোটি টকা লোকচান কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছে।

অভিযুক্ত কেইগৰাকী হৈছে প্ৰনব কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ, গীতা ৰাণী ঘোষ আৰু প্ৰবীৰ কুমাৰ ঘোষ। এই আটাই কেইগৰাকীয়ে ঘোষ ব্ৰাডাৰ্ছ অটোমবাইলছৰ প্ৰম’টাৰ-ডিৰেক্টৰ।

তদুপৰি, তেওঁলোকৰ লগতে চাৰ্টাৰ্ড একাউন্টেন্ট অৰুণাভ চট্টোপাধ্যায় আৰু অজ্ঞাত বেংক বিষয়া তথা আন ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ অনুসৰি, গুৱাহাটীৰ বেতকুছিস্থিত প্ৰাইভেট কোম্পানীটোলৈ গাড়ী ক্ৰয় কৰিবলৈ আইডিবিআই বেংকৰ গুৱাহাটী শাখাৰ পৰা প্ৰায় ৬৪.৬৭কোটি টকাৰ জালিয়াতিৰে টাৰ্ম লোন আৰু কেচ ক্ৰেডিটৰ সুবিধা আগবঢ়োৱা হৈছিল।

আনহাতে, অভিযোগ অনুসৰি অভিযুক্তকেইগৰাকীয়ে ভুৱা নথি দাখিল কৰি লোনৰ সুবিধা গ্ৰহণ কৰিছিল আৰু লগতে অভিযুক্তই তেওঁলোকক যি উদ্দেশ্যত লোন দিছিল তাৰ বিপৰীতে আন কামত ব্যৱহাৰ কৰিছিল আৰু সেইদৰে ৩১মে’ ২০২১লৈ বেংকৰ প্ৰায় ১৬৮.৬২কোটি টকা লোকচান কৰিছে।

যোৱা ২০২০ চনৰ ১ জুলাইলৈ তেওঁলোকৰ অনাদায় ধনৰ পৰিমান আছিল প্ৰায় ১৫৩.৩৮কোটি টকা আৰু সেই একাউন্টটো বেংকৰ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবে নন পাৰ্ফৰ্মিং এছেট (এন পি এ) হৈছিল।

গোটেই বিষয়টোৰ তদন্ত অব্যাহত আছে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd