• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সপ্তমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চি বি এছ ইয়ে মুকলি কৰিলে গণিত বিষয়ৰ অনুশীলনৰ কিতাপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2020 7:39 pm

1 min read

সপ্তমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চি বি এছ ইয়ে মুকলি কৰিলে গণিত বিষয়ৰ অনুশীলনৰ কিতাপ
412
VIEWS
Share on FacebookShare on Twitter

চি বি এছ ইয়ে বুধবাৰে সপ্তম শ্ৰেণীৰ পৰা দশৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গণিতৰ অনুশীলনৰ কিতাপ মুকলি কৰিছে।

মূলত সপ্তমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ যৌগিক চিন্তা আৰু সমস্যা সমাধানৰ সক্ষমতা বৃদ্ধি কৰাৰ বাবেই গণিতৰ অনুশীলনৰ কিতাপ মুকলি কৰা বুলি উল্লেখ কৰে।

”সপ্তমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰীক্ষাত সন্মুখিন হোৱা গণিত বিষয়ৰ সমস্যাৰ সমাধান আৰু বাস্তৱ জীৱনত মুখামুখি হোৱা সমস্যাৰ সমাধানৰ বাবেই চি বি এছ ইয়ে এই গণিত বিষয়ৰ অনুশীলনৰ কিতাপখন মুকলি কৰিছে,” চি বি এছ ইয়ে এইদৰে কয়।

এই কিতাপখন চি বি এছ ইৰ ৱেবচাইট ডিক্সা প্লেটফৰ্মত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতত শিক্ষা খণ্ড ব্যপক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে।

ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘদিন ধৰি ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰভাৱৰ বাবে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd