• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পক্ষপাতদুষ্ট আৰু ভুল তথ্য দিয়াৰ অভিযোগত ৱিকিপিডিয়ালৈ জাননী কেন্দ্ৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 5, 2024 4:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিপদত পৰিছে ৱিকিপিডিয়া। পক্ষপাতদুষ্ট আৰু ভুল তথ্য দিয়াৰ অভিযোগত কেন্দ্ৰ চৰকাৰ ৰোষত পৰিছে ৱিকিপিডিয়া।

মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে ৱিকিপিডিয়াক পক্ষপাতদুষ্ট আৰু ভুল তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি এখন জাননী প্ৰেৰণ কৰে। ইয়াৰ উপৰিও এটা সৰু গোটে ৱিকিপিডিয়াৰ সম্পাদকীয় মণ্ডলী নিয়ন্ত্ৰণ কৰে বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে।

Apply Now

কেন্দ্ৰই এই জাননীত ৱিকিপিডিয়াক মধ্যস্থতাকাৰীৰ পৰিৱৰ্তে প্ৰকাশক হিচাপে কিয় গণ্য কৰিব নোৱাৰি সেই বিষয়েও জানিবলৈ বিচাৰিছে।

ৱিকিপিডিয়াই নিজকে বিনামূলীয়া অনলাইন বিশ্বকোষ হিচাপে পৰিচয় দিয়ে আৰু স্বেচ্ছাসেৱকসকলে প্ৰতিষ্ঠিত ব্যক্তি আৰু বহুতো বিষয়ৰ ওপৰত পৃষ্ঠা সৃষ্টি আৰু সম্পাদনা কৰাৰ অনুমতি দিয়ে। কিন্তু বহুলভাৱে ব্যৱহৃত এই তথ্যকোষ বৰ্তমান ভাৰতত আইনী যুদ্ধৰ সন্মুখীন হৈছে।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশত ৱিকিপিডিয়াৰ বিনামূলীয়া সম্পাদনাক ‘বিপজ্জনক’ বুলি অভিহিত কৰা হৈছিল। ৱিকিপিডিয়াৰ বিৰুদ্ধে এটা সংবাদ সংস্থাই দাখিল কৰা মানহানিৰ গোচৰত আদালতে এই মন্তব্য কৰে। এই গোচৰৰ ন্যায়াধীশসকলে ৱিকিপিডিয়াৰ সম্পাদনা নীতিক লৈ আশ্চৰ্য্য প্ৰকাশ কৰে। এই গোচৰত অনিয়ন্ত্ৰিত সম্পাদনাৰ আশংকাক আলোকপাত কৰি আদালতে কয় যে কোনো ব্যক্তি বা সংস্থাৰ বিষয়ে স্পৰ্শকাতৰ তথ্যৰ ক্ষেত্ৰতো বিসংগতি থাকিব পাৰে।

১৭ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই এই গোচৰত ৩৬ ঘন্টাৰ ভিতৰত সংশ্লিষ্ট পৃষ্ঠাটো ডিলিট কৰিবলৈ ৱিকিপিডিয়াক নিৰ্দেশ দিছিল।

এই গোচৰত ৱিকিপিডিয়াৰ হৈ হাজিৰ হৈছিল অধিবক্তা অখিল ছিবাল। তেওঁ আদালতত কয় যে ৱিকিপিডিয়াই নিজেই পৃষ্ঠা সৃষ্টি নকৰে বা মতামত প্ৰকাশৰ বাবে পৃষ্ঠা সৃষ্টি নকৰে।

অৱশ্যে অধিবক্তাগৰাকীৰ কথাত সন্তুষ্ট নহৈ ন্যায়াধীশগৰাকীয়ে কয়, “ইয়াত আপোনালোকৰ ব্যৱসায়িক কাম-কাজ বন্ধ কৰি দিম।” ভাৰত চৰকাৰক ৱিকিপিডিয়া ব্লক কৰিবলৈ কওক। লগতে, যদি আপুনি ভাৰত ভাল নাপায়, তেন্তে অনুগ্ৰহ কৰি ভাৰতত কাম নকৰিব”।

ন্যায়াধীশে ৱিকিপিডিয়াৰ অধিবক্তাক সংবাদ সংস্থাটোৰ পেজত সম্পাদনা কৰা তিনিটা গ্ৰাহক একাউণ্টৰ সবিশেষ বিচাৰিছিল। এই মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এই মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd