• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশলৈ ‘ঠেলি’ পঠিওৱা লোকক ভাৰতলৈ ঘূৰাই অনা হ’ব: উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বৃহৎ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 11:41 am
277
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে বাংলাদেশলৈ ‘ঠেলি’ পঠিওৱা বুলি অভিযোগ উঠা কেইগৰাকীমান লোকক ভাৰতলৈ ঘূৰাই অনা হ’ব। তেওঁলোক ঘূৰি অহাৰ পিছত তেওঁলোকৰ নাগৰিকত্বৰ দাবীসমূহ পৰীক্ষা কৰা হ’ব বুলি কেন্দ্ৰই জনাইছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে চৰকাৰে তেওঁলোকক ঘূৰাই আনিব আৰু তাৰ পিছত তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰিব। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব। ন্যায়ালয়ে এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে জুলাই মাহ নিৰ্ধাৰণ কৰিছে।

যোৱা ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত কলিকতা উচ্চ ন্যায়ালয়ে সোণালী খাতুন আৰু আন কেইগৰাকীমান লোকক বাংলাদেশলৈ বিতাড়িত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক বেআইনী বুলি বাতিল কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল শীৰ্ষ আদালতখনে। উল্লেখযোগ্য যে যোৱা বছৰৰ ৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে মানৱীয়তাৰ খাতিৰত কেৱল সোণালী খাতুন আৰু তেওঁৰ আঠ বছৰীয়া সন্তানটোকহে ভাৰতত প্ৰৱেশৰ অনুমতি দিছিল। কিন্তু তেওঁলোকৰ সৈতে বিতাড়িত হোৱা আন লোকসকলৰ কথা তেতিয়া বিবেচনা কৰা হোৱা নাছিল।

Apply Now

সোণালী খাতুনৰ পিতৃ ভদু শেখৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু সঞ্জয় হেগড়েই এই গোচৰটোৰ শুনানিৰ বাবে বাৰে বাৰে দাবী জনাই আহিছিল। তুষাৰ মেহতাৰ এই প্ৰতিশ্ৰুতিয়ে আবেদনকাৰীৰ পক্ষক যথেষ্ট সকাহ দিছে। ভদু শেখে অভিযোগ কৰিছিল যে গৃহ মন্ত্ৰালয়ৰ এখন জাননীৰ পিছত আৰম্ভ হোৱা পৰিচয় প্ৰমাণীকৰণ অভিযানৰ সময়ত যোৱা বছৰৰ ২৬ জুনত তেওঁৰ কন্যা, নাতি আৰু জোঁৱায়েকক অবৈধভাৱে আটক কৰি বাংলাদেশলৈ বিতাড়িত কৰা হৈছিল।

শেখে দাবী কৰিছিল যে তেওঁ পশ্চিমবংগৰ স্থায়ী বাসিন্দা আৰু তেওঁৰ কন্যা আৰু জোঁৱায়েক জন্মসূত্ৰে ভাৰতীয় নাগৰিক। আনহাতে, কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে বিতাড়িত লোকসকলে তেওঁলোক ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ নথিপত্ৰ দাখিল কৰিবলৈ সক্ষম হোৱা নাছিল। শেহতীয়াকৈ কেন্দ্ৰৰ এই পদক্ষেপে গোচৰটোত এক নতুন মোৰ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd