DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শলগুৰিৰ পাঁচবছৰীয়া শিশু হত্যাৰ নতুন মোৰ; পৰকীয়া প্ৰেমৰ বাবে নিজ কন্যাক হত্যা পাষণ মাতৃৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 8, 2021 3:49 pm
Sibsagar child murder case

আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাতৃ জোনালী নাথ আৰু প্ৰেমিক প্ৰবীন শইকীয়া। ফটো: নৰ্থইষ্ট নাও।

369
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ শলগুৰিৰ পাঁচবছৰীয়া শিশুৰ হত্যাৰ ঘটনাই নতুন মোৰ লৈছে।

পাৰিবাৰিক কন্দল নহয়, পৰকীয়া প্ৰেমৰ বাবেহে নিজ কন্যাক হত্যা কৰিলে পাষণ মাতৃয়ে।

যোৱা শনিবাৰে নিশা প্ৰবীন শইকীয়া নামৰ যুৱকজনৰ সৈতে মাতৃক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল কন্যা ত্ৰিদিশা নাথে।

কন্যাই সেই ঘটনা পিতৃক কোৱাৰ ভয়তে মাতৃ জোনালী নাথে পুখুৰীত দলিয়াই হত্যা কৰে ত্ৰিদিশাক।

আৰক্ষীৰ জেৰাত নিজ মুখে এইকথা স্বীকাৰ কৰে জোনালী নাথে।

মঙলবাৰে এই কথা সাদৰী কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে।

ইতিমধ্যে আৰক্ষীয়ে প্ৰবীন শইকীয়াক আটক কৰিছে।

উল্লেখ্য যে শিৱসাগৰ চহৰৰ সমীপৰ কালুগাঁৱৰ ২ নং শলগুৰি গাঁওত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা। পুৱা পাঁচবজাত পাছফালৰ পুখুৰীত উদ্ধাৰ হৈছিল পাঁচবছৰীয়া কন্যাশিশুটিৰ মৃতদেহ।

পুৱা পুখুৰীত উপঙি থকা অৱস্থাত পেহীয়েকে গা ধুবলৈ গৈ প্ৰত্যক্ষ কৰিছিল ভতিজী ত্ৰিদিশা নাথৰ মৃতদেহটো।

ঘটনাৰ সময়ৰে পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল শিশুটিৰ মাতৃ জোনালী নাথ। সেইদৰে,পুখুৰীৰ পাৰত উদ্ধাৰ হৈছিল মাতৃ জোনালী নাথৰ চেন্দেল যোৰ। যাৰ বাবে ৰহস্য অধিক ঘণীভূত হৈ পৰিছিল।

ঘটনাৰ পাছতে পৰিয়ালে ঘটনা সংঘটিত কৰি মাতৃ জোনালী নাথে ৰাতিয়েই পলায়ন কৰা বুলি অভিযোগ কৰিছিল।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd