• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগাঁৱৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলিৰ দাবী কংগ্ৰেছৰ; দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 29, 2024 7:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলিৰ দাবী জনাই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে আজি প্ৰেৰণ কৰা পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে উল্লেখ কৰে যে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ব্যাপক হিংসা সংঘটিত হৈছে আৰু কংগ্ৰেছ কৰ্মীৰ ওপৰত অবিৰতভাৱে অত্যাচাৰ অব্যাহত আছে।

আজি পৰ্যন্ত কংগ্ৰেছৰ সমদলত যোৱা ১০০খনতকৈয়ো অধিক বাহন দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিছে। কেবাজনো কংগ্ৰেছ নেতাৰ ওপৰত আক্ৰমণ চলিছে। কিন্তু আৰক্ষী অধীক্ষকজনে এতিয়ালৈকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰদেশ কংগ্ৰেছৰ অভিযোগ চামগুৰিৰ উপ-নিৰ্বাচনত শাসকীয় পক্ষই বিৰোধী পক্ষৰ ওপৰত তীব্ৰ হেঁচা অব্যাহত ৰাখিছে আৰু কংগ্ৰেছ দলৰ কেবাজনো কৰ্মীৰ ওপৰত আৰক্ষীয়ে আতিশয্যা চলাইছে। ২৬ অক্টোবৰত আৰফানি নামৰ কংগ্ৰেছ কৰ্মী এজনৰ ঘৰলৈ আৰক্ষী আহি আতিশয্যা আৰম্ভ কৰে। একেদৰে ২৭ অক্টোবৰত আৰিফুল ইছলাম আৰু ইজাজুল হক নামৰ দুজন কংগ্ৰেছ কৰ্মীক সাধাৰণ পোছাকত অহা লোকে আৰক্ষী বুলি চিনাকি উঠাই নি হাৰাশাস্তি কৰে। আৰক্ষী অধীক্ষকৰ অগোচৰে এই ঘটনা ঘটা নাই বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত আৰক্ষী অধীক্ষকজনক শীঘ্ৰে শাস্তিমূলক বদলি কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চামগুৰিত কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত আক্ৰমণ চলিছিল আৰু তাৰ বিৰুদ্ধে নিৰ্বাচন আয়ুক্ত অভিযোগ দাখিল কৰা হৈছিল। কিন্তু ১৩ অক্টোবৰৰ পৰা আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। একাংশ বিজেপিয়ে সংবাদ মাধ্যমৰ ওপৰতো আক্ৰমণ চলাইছিল। ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। কিন্তু এই মুহূৰ্তলৈ আৰক্ষীৰ ভূমিকা মুঠেই সন্তোষজনক নহয়। আজি সজাতী দলটোত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, সাধাৰণ সম্পাদক বিপুল গগৈ, সুমন কল্যাণ বৰা প্ৰমুখ্যে একাংশ কংগ্ৰেছ নেতাই ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd