• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি বিধায়কক বৰ্খাস্ত নকৰিলে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ হুংকাৰ কংগ্ৰেছ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2024 2:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী চলোৱাক লৈ বিজেপি বিধায়কৰ পুত্ৰৰ সৈতে কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিবাদ। প্ৰথমে কথা পাতি তাৰ পাছত কংগ্ৰেছ নেতাৰ পুত্ৰক প্ৰহাৰ কৰি অপহৰণ কৰাৰ অভিযোগ বিজেপি বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। সম্প্ৰতি কাৰাগাৰত আছে বিধায়কগৰাকীৰ পুত্ৰ। কিন্তু শেহতীয়াকৈ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি বিধায়কগৰাকীক পদত্যাগ কৰিবলৈ দাবী জনাইছে। বিজেপিয়ে যদি বিধায়কজনক তেওঁলোকৰ দলৰ পৰা বৰ্খাস্ত নকৰে তেন্তে প্ৰতিবাদত কংগ্ৰেছ নেতাগৰাকীয়ে কেৱল ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ ভাবুকি দিয়াই নহয়, জিলা দণ্ডাধীশক সাক্ষাৎ কৰি ধৰ্মান্তৰকৰণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহো কৰিছে।

এই ঘটনা গুজৰাটৰ। বিজেপিৰ গীতাবা জাদেজা ৰাজ্যৰ গণ্ডাল বিধানসভাৰ বিধায়ক। আনহাতে, কংগ্ৰেছ নেতা ৰাজেশ সোলাংকি জুনাগড় চহৰৰ কংগ্ৰেছ দলৰ অনুসূচিত জাতি, জনজাতি কোষৰ অধ্যক্ষ। ৰাজেশৰ দাবী যে পুত্ৰক অপহৰণ আৰু প্ৰহাৰৰ গোচৰত গীতাবা আৰু তেওঁৰ স্বামীকো গ্ৰেপ্তাৰ কৰিব লাগে। তাৰ লগতে স্থানীয় কংগ্ৰেছ নেতাজনে গীতাবাক বিধায়ক পদৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে।

কিন্তু ধৰ্ম পৰিৱৰ্তনৰ লগত কি সম্পৰ্ক? সোলংকীৰ মতে, গুজৰাটত বিজেপিৰ ২৭ বছৰীয়া শাসনকালত দলিতসকলে বিভিন্ন নিৰ্যাতনৰ বলি হৈছিল। কমেও ৫ হাজাৰ নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। কিন্তু প্ৰশাসন নিমাত। বিজেপিৰ অধীনত দলিত সুৰক্ষিত নহয়। সেয়ে তেওঁ নিজৰ ধৰ্ম সলনি কৰাৰ সিদ্ধান্ত ল’লে।

Apply Now

গুজৰাটত ধৰ্মান্তৰকৰণৰ বাবে চৰকাৰৰ পূৰ্ব অনুমতি বাধ্যতামূলক। নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এই আইন প্ৰণয়ন কৰিছিল। কিন্তু ই ধৰ্মান্তৰকৰণক ৰোধ কৰিব নোৱাৰিলে। প্ৰধানমন্ত্ৰীৰ ৰাজ্যত বৌদ্ধ ধৰ্ম গ্ৰহণৰ ধাৰা দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ গুজৰাট চৰকাৰে এক অধিসূচনাযোগে কয় যে ধৰ্মান্তৰকৰণৰ বিষয়টোক সহজভাৱে ল’ব নোৱাৰি। জিলা দণ্ডাধীশসকলে অধিক সাৱধান হ’ব লাগে। বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰা হৈছে নে নাই চাব লাগে।

কংগ্ৰেছ নেতা সোলংকিয়ে জিলা দণ্ডাধীশক সাক্ষাৎ কৰি প্ৰতিবাদ আৰু ধৰ্ম সলনি কৰাৰ ইচ্ছা প্ৰকাশ কৰে। স্থানীয় ৰাজনৈতিক মহলত ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। বিজেপি বিধায়কগৰাকীৰ পুত্ৰৰ দাদাগিৰিৰ বিৰুদ্ধে বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে ওলাই আহিছে যদিও সোলংকীৰ ধৰ্মান্তৰকৰণৰ গৰিহণা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd