DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰদীপ ভূঞালৈ ‘মহাবীৰ লাচিত বৰফুকন বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2018 7:59 am
এন আৰ চিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰদীপ ভূঞালৈ ‘মহাবীৰ লাচিত বৰফুকন বঁটা’
337
VIEWS
Share on FacebookShare on Twitter

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ উদ্যোগত প্ৰতি বছৰে ‘লাচিত দিৱস’ৰ দিনা অসমীয়া জাতিৰ হৈ ত্যাগ, বীৰত্ব আৰু আদৰ্শৰে শ্ৰেষ্ঠত্ব নিদৰ্শনেৰে অসম মাতৃক গৌৰৱান্বিত কৰা একোজন ব্যক্তিক ‘মহাবীৰ লাচিত বৰফুকন বঁটা’ৰে সন্মানিত কৰি আহিছে।

ইয়াৰ সমান্তৰালভাৱে এইবাৰে লাচিত দিৱসৰ দিনা অৰ্থাৎ ২৪ নৱেম্বৰৰ দিনা এন আৰ চি ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশিষ্ট সমাজ সচেতক প্ৰদীপ ভূঞাক  ‘মহাবীৰ লাচিত বঁটা’ প্ৰদান কৰা হয়।

টাই আহোম যুৱ পৰিষদ, কামৰূপ জিলা সমিতিৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লাচিত দিৱসৰ দিনা শনিবাৰে প্ৰদীপ ভূঞাক এই বঁটা প্ৰদান কৰা হয়।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট সমাজ সচেতক প্ৰদীপ ভূঞাক ‘মহাবীৰ লাচিত বৰফুকন বঁটা’ প্ৰদান কৰে। টাইপাৰ মহাবীৰ লাচিত বৰফুকন বঁটাত প্ৰদীপ ভূঞাক আগবঢ়োৱা হয় চাপকং, লাচিত স্মাৰক, সম্বৰ্ধনা পত্ৰৰ লগতে পাগুৰি। ইফালে এই বঁটা গ্ৰহণ কৰি বিশিষ্ট সমাজ সচেতক গৰাকীয়ে টাইপাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে অসম আৰু অসমীয়াৰ স্বাৰ্থত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে এইবাৰ প্ৰদীপ ভূঞাক এই বঁটা প্ৰদান কৰা হয়। লগতে প্ৰদীপ ভূঞাৰ পত্নী বন্তি ভূঞাকো বিশেষভাৱে সন্মান জনোৱা হয়।

Recent News

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd