• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৃহৎ ঋণৰ বোজা, বন্ধ হৈ গ’ল ভাৰতত উপনিবেশ স্থাপনৰ কাণ্ডাৰী ‘দেউলীয়া’ ইষ্ট ইণ্ডিয়া কোম্পানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 8:06 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বণিকৰ ৰূপত প্ৰৱেশ কৰি ভাৰতত শাসকলৈ যাত্ৰা। দেশত ব্ৰিটিছ উপনিবেশ স্থাপনৰ আঁৰত আছিল ইষ্ট ইণ্ডিয়া কোম্পানী। এসময়ত কোম্পানীটো ক্ষমতাৰ শিখৰত আছিল। আজি সেই প্ৰভাৱ আৰু প্ৰতিপত্তি সময়ৰ লগে লগে ম্লান হৈ মুজুৰা পৰিছে।

বছৰটো আছিল ১৮৫৭ চন। মহাবিদ্ৰোহৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ জনসাধাৰণৰ আন্দোলনৰ সন্মুখত শিৰনত কৰিব লগা হৈছিল। সেই আঘাতৰ পৰা  উপশম হোৱাৰ পিছত ২০১০ চনত এজন ভাৰতীয়ৰ হাততে পুনৰ মূৰ দাঙি উঠিছিল কোম্পানীটোৱে।

Apply Now

কিন্তু শেষ ৰক্ষা নহ’ল। ১৭০ বছৰৰ পাছত অভিশপ্ত ইতিহাসৰ পুনৰাবৃত্তি ঘটিল। দেউলীয়া ইষ্ট ইণ্ডিয়া কোম্পানী। এই বিশ্ববিখ্যাত বাণিজ্যিক কোম্পানীটো পুনৰ বন্ধ হৈ গ’ল।

১৬০০ চনৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নীল, মছলা, চাহ, ৰেচমৰ ব্যৱসায় কৰি বজাৰত আধিপত্য বিস্তাৰ কৰিছিল। লাহে লাহে ই ভাৰতত আধিপত্য বিস্তাৰ কৰিবলৈ ধৰে। কিন্তু মহাবিদ্ৰোহৰ পিছত তেওঁলোকে নিজৰ ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হয়।

ইতিহাসে কয় যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত বিশেষকৈ বংগত এক দুৰ্বিসহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। দুৰ্ভিক্ষত বহু লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ বাবেই তেওঁলোক আঁতৰি যাব লগা হৈছিল। এনেকৈয়ে ১৫২ বছৰ পাৰ হৈ গ’ল।

২০১০ চনত বন্ধ হৈ থকা ইষ্ট ইণ্ডিয়া কোম্পানীটো এজন ভাৰতীয়ই পুনৰ সজীৱ কৰি তুলিছিল। নাম তেওঁৰ সঞ্জীৱ মেহতা। কোম্পানীটোৰ অধিকাৰ ক্ৰয় কৰি উচ্চমানৰ চাহ-খাদ্যৰ ব্যৱসায় আৰম্ভ কৰে। লণ্ডনৰ মেফেয়াৰৰ ৯৭ নিউ বণ্ড ষ্ট্ৰীটত ২০০০ বৰ্গফুটৰ এখন বিলাসী দোকান মুকলি কৰা হয়। কিন্তু ১৫ বছৰৰ ভিতৰতে ব্যৱসায়টো ভাঙি পৰিল।

ব্ৰিটিছ কাকত দ্য ছাণ্ডে টাইমছৰ সূত্ৰ অনুসৰি এই পৰিস্থিতি ঋণৰ বোজাৰ বাবেই। দৰমহা নিদিয়াৰ বাবে কৰ্মচাৰীৰ অসন্তুষ্টিও চৰ্চালৈ আহিছে। বৰ্তমান কোম্পানীটোৰ ৱেবছাইট বন্ধ হৈ আছে। গোটেই ষ্ট’ৰখন খালী হৈ আছে।

শুনা গৈছে যে বৰ্তমান ইয়াৰ আশেপাশে দালাল ঘূৰি ফুৰিছে। ঠাইখিনি ভাড়ালৈ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বৰ্তমান ঋণৰ বোজা ৬ কোটি ৩০ লাখ টকা। কৰ বাকী আছে ২ কোটি ৩ লাখ টকা। কৰ্মচাৰীৰ দৰমহা বাকী আছে ১ কোটি ৭১ লাখ টকা। ব্যৱসায় বন্ধ কৰাৰ বাহিৰে আন কোনো উপায় নাই।

এসময়ত যাৰ প্ৰভাৱ, প্ৰতিপত্তি আৰু শাসন আছিল শেষ কথা। আজি সেয়া নিঃস্ব হৈ পৰিছে। এয়া চাগে সময়ৰে বিচাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd