• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাকীৰ পথাৰত উদ্ধাৰ ডবকা আমবাৰীৰ পৰা অপহৃত ব্যৱসায়ীৰ মৃতদেহ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 4, 2018 9:22 pm
IMG-20181004-WA0014 (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত তথা ডবকাৰ সমীপবৰ্তী আমবাৰী বজাৰৰ পৰা যোৱা ২ অক্টোবৰ তাৰিখে অপহৃত হোৱা আজিৰ উদ্দিন নামৰ ব্যৱসায়ীজনৰ মৃতদেহটো আজি কাকী থানাৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ এখন পথাৰত উদ্ধাৰ হৈছে। এই ব্যৱসায়ীজনৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে হোজাই জিলাজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটোৰ হাত ভৰি বন্ধা তথা শৰীৰৰ কেবাঠাইত দাৰে ঘপিওৱাৰ দাগ থকাৰ প্ৰতি লক্ষ্য কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড তথা কোনো সুপাৰী কিলাৰৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে  বুলি সন্দেহ প্ৰকট কৰিছে স্থানীয় ৰাইজে।

আমবাৰী বজাৰৰ আজিৰ উদ্দিন নামৰ ব্যৱসায়ীজনে সেই নিশা নিজৰ গেলামাল দোকানখন বন্ধ কৰি ঘৰলৈ গৈ থকাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে তেওঁক অপহৰণ কৰি নিছিল। দুৰ্বৃত্তৰ দলে ব্যৱসায়ীজনক অপহৰণ কৰি কাৰ্বি আংলঙৰ ফালে লৈ যোৱা বুলি সন্দেহ কৰা হৈছিল যদিও আজি ৰহস্যজনকভাৱে কাকীৰ মধুপুৰৰ এখন পথাৰত ব্যৱসায়ীজনৰ ৰক্তাক্ত মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰি কাকী আৰক্ষীক খবৰ দিয়ে। সেইমতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Apply Now

অতি আচৰিত কথা এই যে ব্যৱসায়ীজনক অপহৰণ কৰাৰ পিছত দুৰ্বৃত্তৰ দলে ফোনযোগে ব্যৱসায়ীজনৰ পৰিয়ালক অপহৰণ কৰাৰ কথা অৱগত কৰিছিল বুলি চৰ্চিত হৈছে। অপহৰণ হোৱাৰ পিছত পৰিয়ালে মোৰাজাৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ তৰিছিল যদিও আৰক্ষীয়ে ব্যৱসায়ীজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল।

আজি মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ব্যৱসায়ীজনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ শোকত ভাগি পৰে। আমবাৰী অঞ্চলৰ সৰবৰহী তথা অতি অমায়িক আৰু সকলোৰে লগত মিলিজুলি থকা এই ব্যৱসায়ীজনক কোনে কি কাৰণে অপহৰন কৰি হত্যা কৰিলে সেয়া ৰহস্যৰ আবৰ্ত্তত। আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হবনে, সেয়া হ’ব লক্ষণীয়।

ইপিনে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালটো বিশেষকৈ একমাত্ৰ কন্যাগৰাকী কান্দোনত ভাগি পৰিছে৷ নিহত ব্যৱসায়ীজনৰ একমাত্ৰ কন্যাই এইবাৰ স্নাতক ডিগ্ৰী লাভ কৰিছে৷

ইপিনে, স্থানীয় বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে শীঘ্ৰে হত্যাত জড়িতসকলক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী  তুলিছে৷

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd