DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত কৰ্মৰত পুত্ৰৰ সন্ধান নাপাই ব্যথিত পিতৃ; শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা পোৱা নাই সঁহাৰি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 11, 2021 11:36 am
family of police constable. final

ফটো: নৰ্থইষ্ট নাও।

247
VIEWS
Share on FacebookShare on Twitter

হামৰেং জিলাৰ কাৰ্বি-লংপি জল বিদ্যুৎ প্ৰকল্পত নিয়োজিত ১৬ নং অসম পুলিচ বেটেলিয়ানৰ জোৱান ঋতু বৰা কৰ্তব্য সম্পাদন কৰি থকাৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই ছটা দিন অতিক্ৰম কৰাৰ পাছতো সন্ধান নোলোৱাত জোৱান জনৰ টীয়ক মেলেং লহকৰ গাঁৱৰ পৰিয়ালৰ মাজত উৎকন্ঠাৰ বৃদ্ধি পাইছে।

৪ জুনৰ পুৱতি নিশা পৰ্যন্ত কৰ্তব্যত উপস্থিত থকাৰ পাছৰে পৰা জোৱান জন নিৰুদ্দেশ হৈ আছে যদিও তেওঁৰ মানিবেগ, মবাইল ফোন আদি তেওঁৰ বিচনাৰ তলত উদ্ধাৰ হোৱাৰ উপৰি চাৰ্ভিচ ৰাইফলটো প্ৰকল্পটোৰ পৰা নাতি দূৰত উদ্ধাৰ হৈছিল।

লক্ষ্যনীয় এই যে আজিও আনুষ্ঠানিকভাৱে ঋতু বৰাৰ নিৰুদ্দেশ সম্পৰ্কত বেটেলিয়ান কোম্পানীটোৰ পৰা পৰিয়ালৰ লোকক অবগত নকৰাত সমগ্ৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে নিজৰ পুত্ৰৰ সন্ধানত বৈঠালাংছুলৈ ঢাপলি মেলিছিল যদিও জিলাখনৰ শীৰ্ষ আৰক্ষীৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত দুৰ্ভগীয়া পিতৃ ফনী বৰাই মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক এই ক্ষেত্ৰত হস্তক্ষেপৰ আহ্বান জনায়।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd