• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমাৰ পঞ্চায়ত নির্বাচনৰ চূড়ান্ত প্রার্থী তালিকা প্রকাশ; এজনৰ মনোনয়ন বাতিল

উত্তম শইকীয়া by উত্তম শইকীয়া
November 20, 2018 7:10 am
Panchayat-768x442

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ অন্তৰ্গত ৪ টা জিলা পৰিষদ, ২০ টা গাওঁ পঞ্চায়তৰ সভাপতি , ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্য তথা ২০০ টা গাওঁ পঞ্চায়তৰ সদস্য পদৰ বাবে প্রতিদন্দ্বিতা কৰিবলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা আজি প্রকাশ পাইছে । মনোনয়নপত্র দাখিলৰ অন্তিম দিনা মহকুমাটোৰ চাৰিটা জিলা পৰিষদৰ চাৰিটা সদস্য পদৰ বাবে মুঠ ১৪ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাচত আজি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৰঙামাটি জিলা পৰিষদৰ সদস্য পদৰ নির্দলীয় প্রার্থী দেৱেন ভূঞাই তেওঁৰ মনোনয়নপত্ৰ প্রত্যাহাৰ কৰিছে ।

ইয়াৰ পাচত বোকাখাত মহকুমাৰ চাৰিটা জিলা পৰিষদৰ পদত মুঠ ১৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ ইফালে বোকাখাত মহকুমাৰ ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিপৰীতে ৬২ জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে আৰু এজনেও মনোনয়ন পত্র প্রত্যাহাৰ বা এজনৰো মনোনয়নপত্ৰ নাকচ হোৱা  নাই ।

Apply Now

আনহাতে মহকুমাটোৰ ২০ টা গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বিপৰীতে মুঠ ৬৫ জনে মনোনয়ন পত্র দাখিল কৰিছিল যদিও ৰজাবাৰী গাওঁ পঞ্চায়তৰ নিৰ্দলীয় প্রার্থী প্ৰেমিলা দেবী ৰাজখোৱাৰ মনোনয়ন পত্র নাকচ হোৱাৰ লগতে মৰিধনশিৰি গাওঁ পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দলেই তেওঁৰ মনোনয়নপত্ৰ প্রত্যাহাৰ কৰিছে । মহকুমাটোৰ ২০০ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বাবে মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে ২০২ গৰাকী অগপৰ,  ১৯৮ গৰাকী বিজেপিৰ , ১৯৭ গৰাকী কংগ্ৰেছৰ আৰু ২৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছিল৷

আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা বাদুলীপাৰ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ধীৰেণ ৰজক,  ৰঙামাটি পঞ্চায়তৰ ৩ নং বাৰ্ডৰ অগপৰ প্ৰাৰ্থী কমলা ৰবিদাস আৰু দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ অগপ প্ৰাৰ্থী যোগশ মুণ্ডাই মনোনয়ন উঠাই লোৱাৰ পাচত মহকুমাটোত মুঠ ৬২০ গৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ড সদস্যৰ বাবে প্ৰতিদন্দ্বিতা কৰিব৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd