• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলবাৰে পাব্লিক ছেক্টৰ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল : এফ চি আইৰ বিৰুদ্ধে সমুখ সমৰত নামিব অ’ এন জি চি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 25, 2019 9:22 pm
All India Sector Football
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা ‘অল ইণ্ডিয়া পাব্লিক ছেক্টৰ ফুটবল টুৰ্নামেন্ট-২০১৯’ৰ চূড়ান্ত খেলখন কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই চূড়ান্ত খেলত টুৰ্নামেন্টৰ আয়োজক দল ভাৰতীয় খাদ্য নিগম (এফ চি আই)ৰ সৈতে খেলপথাৰত মুখামুখি হ’ব তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি) দল।

Apply Now

দেশৰ ১২ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মাজত হোৱা এই প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দুখনকৈ ছেমি ফাইনেল খেলৰ ফলাফলৰ পাছত চূড়ান্ত প্ৰতিযোগিতাৰ দল দুটা নিশ্চিত হৈছে।

আজি প্ৰথমখন ছেমি ফাইনেলত অ’ এন জি চি দলে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক ৭-২ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অ’ এন জি চিৰ হৈ সুনীল লহকৰে সৰ্বাধিক তিনিটা আৰু হিমাংশু পাটিলে দুটা গ’ল দিবলৈ সক্ষম হয়। ইয়াৰ উপৰি দলটোৰ খেলুৱৈ আৰিফ আচলাখ, অভিশেষ টানাৰে এটাকৈ গ’ল দিয়ে।

আনহাতে, বিমানবন্দৰ প্ৰাধিকৰণৰ হৈ গ’ল দুটা দিয়ে অভিশেষ ৰাৱট আৰু সোনম ভূটীয়াই।

ইফালে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতীয় খাদ্য নিগম (এফ চি আই) আৰু  অইল ইণ্ডিয়া লিমিটেডৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়। শেষত এফ চি আই দলে অইল ইণ্ডিয়া লিমিটেডক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত খেলৰ বাবে নিজৰ স্থান সুনিশ্চিত কৰে।

এফ চি আইৰ সুৰজিৎ ৰয়, কমল সিং আৰু মৃণ্ময়ে এটাকৈ গ’ল প্ৰদান কৰে। আনহাতে, প্ৰতিপক্ষ অইল ইণ্ডিয়া লিমিটেডৰ তুল্য দাস আৰু জয়ন্ত বসুৱে এটাকৈ গ’ল দিবলৈ সক্ষম হয়। খেলখনৰ প্রথমাৰ্ধত অইল ইণ্ডিয়া লিমিটেডে সুন্দৰ প্ৰদৰ্শন দেখুৱাইছিল যদিও হাফ টাইমৰ পাছত এফ চি আই দলৰ দুৰ্দান্ত প্ৰদৰ্শনত তিষ্ঠিব নোৱাৰিলে দলটো।

উল্লেখ্য যে কাইলৈৰ চূড়ান্ত খেলৰ অন্তত নেহৰু ষ্টেডিয়ামতেই প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি আয়োজক ভাৰতীয় খাদ্য নিগমে জানিবলৈ দিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd