• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত মে-ডাম-মে-ফী অনুষ্ঠানত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা; পূৰ্ব পুৰুষৰ প্ৰতি শ্ৰদ্ধা নিবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 6:57 am
WhatsApp Image 2021-01-31 at 6.47.21 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা নিমাইজান, দৰিকাপাৰ-হাতীমূৰীয়া, চেৰেকাপাৰ আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত আয়োজিত মে-ডাম-মে-ফী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি পোনপ্ৰথমে মন্ত্রী গৰাকীয়ে পৰম্পৰাগত মে-ডাম-ফী পূজাত অংশগ্ৰহণ কৰি পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।

Apply Now

অনুষ্ঠানটিত মন্ত্ৰী গৰাকীয়ে উপস্থিত সকলোকে মে- ডাম-মে-ফীৰ শুভকামনা জনাই কয় যে, এই অনুষ্ঠানত পূৰ্ব পুৰুষৰ প্ৰতি সেৱা জনাই তেওঁলোকৰ আশিস বিচৰা হয়। পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ জৰিয়তে বৰ্তমানৰ প্ৰজন্মই শান্তি-সমৃদ্ধি- উন্নতি লাভ কৰিব পাৰিব।

সতী জয়মতী, মূলা গাভৰু, লাচিত বৰফুকনৰ লগতে আলাবইৰ ৰণত দেশ-তথা জাতিৰ হকে প্ৰাণ আহুতি দিয়া দহ সহস্ৰাধিক সেনানীৰ ত্যাগক মন্ত্ৰী গৰাকীয়ে শ্ৰদ্ধাৰে সোঁৱৰে।

স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম নিৰ্মাণৰ মাধ্যমেৰে অসমীয়া জাতিৰ সত্তা সুদৃঢ় কৰি থৈ গৈছে বুলিও তেওঁ মতপ্ৰকাশ কৰে।

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে অঞ্চলটোৰ ২২০০ বিঘা মাটিত বিশ্ববিদ্যালয়কে আদি কৰি অন্যান্য প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱাৰ বিষয়ে চিন্তা-চৰ্চা কৰিব বুলিও উল্লেখ কৰে।

তেওঁ জিলাখনৰ ভালেকেইটা ঐতিহাসিক পথ যেনে, ৫ কিলোমিটাৰ দৈৰ্ঘৰ আতন বুঢ়াগোহাঁই পথ, ৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ নিমাইজান আলি, ২ কিলোমিটাৰ দৈৰ্ঘৰ বৰপাত্ৰ আলি, ৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ দাধৰা আলি আৰু ১ কিলোমিটাৰ দৈৰ্ঘৰ দিহিঙীয়া আলি নিৰ্মাণৰ বাবে মুঠ ১৭.৫০ কোটি টকাৰ অনুমোদন আগবঢ়াইছে বুলি সদৰি কৰে। লগতে তেওঁ স্থানীয় ঈগল ক্লাৱক ১০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

অনুষ্ঠানত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ লগতে ভালে কেইগৰাকীমান বিশিষ্ট সমাজসেৱী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd